গল্পঃ শেষ গান / ড০ তেমচুলা আও
শেষ গান (The Last Song) মূলঃ Temsula Ao ( HOD, English, NEHU) উৎস গ্ৰন্থঃ THESE HILLS CALLED HOME: Stories from a war zone. অনুবাদঃ অৱনী বুঢ়াগোহাঁই এনে লাগিছিল যেন এই সৰু ছোৱালীজনীৰ কেৱল গান গাবলৈকে জন্ম হৈছিল । তাইৰ মাকজনীয়ে প্ৰায়েই মনত পেলাইছিল, তাই যেতিয়া কেচুৱা, তাইক পিঠিত বোকোচা বান্ধি উৎসৱৰ দিনকেইটাত সমজুৱা গান চলি থকা ঠাইবোৰলৈ তাইক […]
গল্পঃ ভেৰোণাৰ দুজন ভদ্ৰলোক/ এ জে ক্ৰণিন
ভেৰোণাৰ দুজন ভদ্ৰলোক (Two Gentlemen of Verona ) মূল (ইংৰাজী) : এ জে ক্ৰণিনঅনুবাদ : ডা° বিপুল কুমাৰ বৰুৱা আল্পস পৰ্বতৰ পাদদেশেৰে গাড়ীৰে আহি থাকোঁতে ভেৰোণা চহৰৰ সীমামূৰিয়লিত দুটি কণ কণ ল’ৰাই আমাক ৰখালে ৷ সিহঁতে বন বগৰী বেচি আছিল ৷ আমাৰ সিয়ান ড্ৰাইভাৰ লুইগিয়ে সাৱধান কৰি দিলেই নহয় -“ নিকিনিব, নিকিনিব ৷ ভেৰোণাত গৈ […]
গল্পঃ শগুণ (The Vulture) / ফ্ৰানজ কাফকা
শগুণ (The Vulture) মূলঃ ফ্ৰানজ কাফকা অনুবাদঃ অংশুমান শইকীয়া শৰীৰটোৱে কিছু সময়ৰ বাবে বেলিটো ঢাকি ধৰিলে। তাৰ পাখিৰ কোবত চৌপাশৰ ধূলিকণাবোৰ বতাহত ব্যস্ততাৰে নাচিবলৈ লাগিল। সৌৱা মোৰ সমুখত এক নিষ্ঠুৰ পক্ষী। ধুৱলী কুঁৱলী হৈ পৰা মোৰ চকুত ভাঁহি উঠিল এটা প্ৰকাণ্ড শগুণ। ধপ ধপ….. ডেউকা কেইখন সজোৰে কোবাই ছিন্ন বিছিন্ন হৈ পৰা মোৰ জোতাযোৰৰ কাষতে […]
গল্পঃ মায়া, মমতা অথবা / আশাপূৰ্ণা দেৱী
মায়া, মমতা অথবা মূল : আশাপূৰ্ণা দেৱী অনুবাদ : ড. মৃদুস্মিতা ফুকন তৃতীয় যিজনী ছোৱালীক ওপৰ মহলালৈ পঠোৱা হৈছিল তায়ো ফোপাই- ফোপাই আহি ক’লেহি – : নাই, ছাদতো নাই। ক’তো নাই। : কাৰোবাক সুধিছিলি নে? নে এনেয়ে …..” ছোৱালীজনীয়ে তাইৰ কোঁচ-কোঁচ থকা ফ্ৰকটোৰ কোঁচবোৰ এবাৰ নচুৱাই দি ক’লে –“ আহা! নেপুখুৰাইতো ক’লেই – অলপ দেৰিৰ […]
গল্পঃ চেক্সবয় / তছলিমা নাচৰিণ
চেক্সবয় মূল ৰচনাঃ তছলিমা নাছৰিণ অনুবাদঃ অৱনী বুঢ়াগোহাঁই মনময়ুৰীয়ে অপেক্ষা কৰি আছে চেক্সবয়ৰ বাবে । সন্ধিয়া নামিছে আৰু চেক্সবয়ো হয়তো নামিছে এয়াৰপৰ্টত । অন্ধকাৰৰ মাজেদিয়ে আহি আহি দক্ষিণ গুৱাহাটীৰ এই গলিত সোমাবহি বিমানবন্দৰৰ পৰা অহা চেক্সবয়ৰ টেক্সী । সি মুম্বাইৰ পৰা আহিছে । মনময়ুৰীৰ ঘৰলৈয়ে আহিছে সি । যোৱা ছমাহ জুৰি সিহঁতৰ সকলো হৈছে মাত্ৰ […]
গল্পঃ জীৱনৰ পাঁচটা উপহাৰ / মাৰ্ক টোৱেইন
জীৱনৰ পাঁচটা উপহাৰ (FIVE BOONS OF LIFE) মূল: মাৰ্ক টোৱেইন অনুবাদ: নৱজ্যোতি বড়া প্ৰথম অধ্যায় এদিন ৰাতিপুৱা টোপোলা এটা লগত লৈ এজনী পৰী আহিল আৰু ক’লে, “মই উপহাৰ লৈ আহিছোঁ। এটা বাছি লোৱা আৰু বাকীবোৰ তাতে ৰাখি থৈ দিয়া। পিছে সাৱধান। ভালকৈ ভাবি চিন্তি উপহাৰটো নিৰ্বাচন কৰিবা, কাৰণ তাৰে ভিতৰত এটাহে মাত্ৰ মূল্যৱান।” পাঁচটা উপহাৰ আছিল–যশস্যা, […]
গল্পঃ এটি ৰজাঘৰীয়া বাৰ্তা / ফ্ৰানজ কাফকা
এটি ৰজাঘৰীয়া বাৰ্তা (An Imperial Message) মূলঃ ফ্রানজ কাফকা ইংৰাজী অনুবাদঃ ইয়ান জনষ্টন অনুবাদঃ ময়ূৰী শৰ্মা বৰুৱা সম্ৰাটে – তেওঁলোকে কোৱামতে – এটা বাৰ্তা পঠিয়াইছে৷ সম্ৰাটে কেৱল তোমালৈ মানে তেখেতৰ অভাগা প্ৰজা তোমালৈ বুলি মৃত্যুশেতেলিৰ পৰাই এটা বাৰ্তা পঠিয়াইছে৷ শেতেলিৰ কাষত আঁঠু কঢ়াই বহুৱাই লৈ সম্ৰাটে কটকীজনৰ কাণত বাৰ্তাটো ফুচফুচাই ক’লে৷ অতি জৰুৰী বুলি ভাবিয়েই […]
গল্পঃ ৰথছাইল্ডৰ বেহেলা / এন্টন ছেকভ
ৰথছাইল্ডৰ বেহেলা (The Fiddle of Rothchild) মূল: এন্টন ছেকভ ভাষান্তৰ : ডাঃ বিপুল কুমাৰ বৰুৱা নগৰীখন সৰু, গাঁৱতকৈয়ো বেয়া ৷ আৰু সেয়াতো সেয়াই অধিবাসীৰ মাজৰ আঙুলিৰ মূৰত গণিব পৰা বুঢ়া-বুঢ়ী ৷ তেওঁলোকো সঁচাকৈ বৰ বিৰক্তিকৰ ভাবে অতি সেৰেঙা হাৰতহে সিফলীয়া হয় ৷ হস্পিতালত আৰু কাৰাগাৰত কফিনৰ চাহিদা নাই বুলিবই পাৰি ৷ মুঠৰ ওপৰত কাৰবাৰ দেউলীয়া […]
গল্পঃ খুলি ৰখা খিৰিকীখন / এইছ এইছ মুনৰো (চাকি)
খুলি ৰখা খিৰিকীখন মূল ইংৰাজী : এইছ এইছ মুনৰো (চাকি) অনুবাদ : যতীন্দ্ৰ চৌধুৰী “ মোৰ খুড়ী আহি পাবই, মিঃ নাটেল”, পোন্ধৰ বছৰ বস্যসীয়া অতি শান্ত ছোৱালী এজনীয়ে কৈছিল;“ মাজৰ সময়খিনি আপুনি মোৰ সঙ্গ সহিবলৈ চেষ্টা কৰিব লাগিব।” আহিবলগীয়া খুড়ীয়েক জনীক বিৰক্ত নকৰাকৈ, এই মূহুৰ্তত উপস্থিত থকা ভতিজী জনীক মন ভাল লগাবলৈ কিবা এটা কবলৈ মিঃ […]
গল্পঃ নিহালি / ইসমাত চুঘটাই
নিহালি (The Quilt) মূল(উৰ্দু) : ইসমাত চুঘটাই ইংৰাজী অনুবাদ : এম. আশাদুদ্দিন অনুবাদ : নাবিলা আখতাৰ জাৰকালি যেতিয়া মই নিহালিখন গাত মেৰিয়াই লওঁ, বেৰত প্ৰতিফলিত হোৱা ইয়াৰ ছাঁটো দেখিবলৈ এটা হাতীৰ নিচিনা হৈ পৰে। ই মোৰ মনটো অতীতৰ দুৰূহ সময়ৰ গভীৰতালৈ ধাৱিত কৰে। স্মৃতিবোৰে আহি ভিৰ কৰেহি। দুঃখিত যে মই মোৰ নিহালিখনৰ লগত জড়িত কোনো ৰোমান্টিক […]