গল্পঃ অসুখ/ হুমায়ূন আহমেদ
অসুখ মূলঃ হুমায়ূন আহমেদ অনুবাদঃ প্ৰাঞ্জল অনুভৱী নতুন পল্টনৰ গলি এটাত তেওঁৰ সৈতে মোৰ দেখা হৈ গ’ল। মোৰ ৰিফলেক্স একশ্যন খুব ভাল। পটকৈ এখন দোকানৰ আঁৰালত গুছি গ’লোঁ। কিন্তু তেওঁ চিঞৰিলে- ‘ আৰে, ৰঞ্জু নহয় নে?’ তেওঁ আগুৱাই আহি মোৰ হাতখন চেপি ধৰিলে। মই নিৰীহভংগিত সুধিলোঁ- ‘কেনে আছে চাৰ?’ অতিৰিক্ত উত্তেজনাৰ বাবে চাৰৰ […]
গল্পঃ নিযুতপতি মডেল (The Model Millionaire) / অস্কাৰ ৱাইল্ড (Oscar Wilde)
নিযুতপতি মডেল (The Model Millionaire) মূল : অস্কাৰ ৱাইল্ড (Oscar Wilde) অনুবাদ : বিপুল বৰুৱা সম্পদশালী নহ’লে কাৰ্তিকৰ দৰে চেহেৰাও নেছেল ! প্ৰেম পিৰিতিত ধনীৰ যি আয়াস তাত নিবনুৱাৰ কোনো সকামেই নাই ৷ দুখীয়া ৰাইজ উচিত কথা হ’ব- আপোনালোকে খোৱা জীয়াৰ কামত ৰত থাকক আৰু ৰসময় কাব্য এৰি নিৰস গদ্যতে একামোৰ মাৰক ৷ আয় […]
গল্পঃ টিটৱালৰ কুকুৰ / ছাদাত হাছান মাণ্টো
টিটৱালৰ কুকুৰ মূল ইংৰাজীঃ ছাদাত হাছান মাণ্টো অনুবাদঃ বন্যা বৰুৱা বতৰটো আছিল বেছ সুন্দৰ। বতাহজাকে কঢ়িয়াই আনিছিল বনৰীয়া ফুলৰ সুবাস। চৰাইবোৰে আনদিনাৰ দৰেই গীত গাইছিল। ফুলৰ কলিবোৰ ক্ৰমান্বয়ে ফুলি উঠিছিল আৰু সেই ফুলৰ ওপৰেৰে অলসভাৱে গুণগুণাইছিল মৌমাখিবোৰে। জোপোহাৰ ছদ্মবেশত শিলৰ পিচফালে […]
সত্যজিত ৰায়ৰ গল্পৰ অসমীয়া অনুবাদ
সত্যজিত ৰায়ৰ গল্পৰ অসমীয়া অনুবাদ গল্পঃ বিপিন চৌধুৰীৰ স্মৃতিভ্ৰম বঙালী চলচ্চিত্ৰ জগতৰ কাণ্ডাৰী সত্যজিত ৰায় (১৯২১-১৯৯২) ৰ দ্বাৰা ৰচিত মনোৰম সাহিত্যৰাজিৰ ভিতৰত চুটি গল্প সমূহ অন্যতম। তেওঁৰ কাহিনীৰ ‘ফেলুদা‘ আৰু ‘প্ৰফেছাৰ শঙ্কু‘ দুটা অতি জনপ্ৰিয় চৰিত্ৰই নৱ-প্ৰজন্মক আজিও বিশেষ ভাৱে আকৃষ্ট কৰে। অৱশ্যে সকলো বয়সৰ পাঠকৰ মাজত সমাদৃত তেওঁৰ প্ৰায়বোৰ ৰচনাই ইংৰাজী […]
অসমীয়া অনুবাদত মাৰ্ক টোৱেইনৰ গল্প
জিব্ৰাল্টৰত হাতমোজা কিনোতে মূল- মাৰ্ক টোৱেইন ভাবানুবাদ -দুলুমণি গগৈ এগৰাকী বৰ সুন্দৰী গাভৰুৱে এখন দোকানত মোলৈ এযোৰ নীলা হাতমোজা আগবঢ়াই দিলে। মোক নীলা ৰঙৰ হাতমোজা নালাগিছিল, কিন্তু সুন্দৰীয়ে ক‘লে যে মোৰ হাতত হেনো নীলা ৰঙৰ হাতমোজাহে ভাল লাগিব। সুন্দৰীৰ মন্তব্যই মোৰ কোমল অন্তৰ স্পৰ্শ কৰি গ‘ল । মই মোৰ […]
সত্যজিৎ ৰায়ৰ বাংলা গল্পৰ অসমীয়া অনুবাদ
ব্ৰজবুঢ়া মূল ==== সত্যজিত ৰায় অনুবাদ ===== ৰঞ্জনা দত্ত শঙ্কৰ চৌধুৰীয়ে ৰুটি এফাল লৈ ডাইলত ডুবাই মুখত সুমুৱাই এবাৰ কাষত বহা পুতেকৰ ফালে চাই পঠিয়ালে । তাৰ পিছত চোবাই চোবাই ক’লে , -“ তোক কথা এটা কওঁ কওঁ বুলিও কোৱা হোৱা নাই । আমাৰ ঘৰৰ সোঁফালে এটা ঘৰ এৰি থকা দুতলা […]
C।othes / ফ্ৰানজ কাফকাৰ গল্পৰ অসমীয়া অনুবাদ
ফ্ৰানজ কাফকাৰ গল্পৰ অসমীয়া অনুবাদ অসমীয়া অনুবাদঃ জ্যোতিশিখা দত্ত (ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে। ইংৰাজী অনুবাদ কৰিছে উইলা আৰু এডৱিন মিওৰে) গল্পটোৰ ইংৰাজী শিৰোনামঃ “C।othes” ~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~ “পোচাকবোৰ” মই যেতিয়াই পাত পাত কৰা, কুঁচি দিয়া আৰু নানা কাৰুকাৰ্য্যৰে সজাই তোলা সুন্দৰ পোচাক যিয়ে একোটা সুন্দৰ দেহত মসৃণভাৱে সোমাই পৰা দেখো তেতিয়াই মোৰ ভাৱ […]
গল্পঃ আপোন গাঁও/ ৰিচাৰ্ড ঊইলচন
ইংৰাজী গল্পৰ অসমীয়া অনুবাদ আপোন গাঁওমূল (ইংৰাজী) : ৰিচাৰ্ড ঊইলচনঅনুবাদ : ৰঞ্জনা দত্ত পুৰণা ঘৰটোৰ সমূখত থিয় হৈ ৰিমীয়ে স্ফুৰ্তিত চিঞৰি উঠিল, -“ চোৱাচোন নীল , মোৰ যিটো ঘৰত জন্ম হৈছিল এই ঘৰটো দেখিবলৈ একেবাৰে তেনেকুৱা । একেই আগফালৰ গাড়ী থোৱা বাৰান্দা…. ডাঙৰ ডাঙৰ খিৰিকি ,দৰজা ,সকলোবোৰ একে ধৰণৰ ”। ৰিমীৰ পতি নীলে ৰিমীক […]
গল্পঃ ক্লান্তিৰ শেষ নাই / বান’ কুড়ছিয়া
ক্লান্তিৰ শেষ নাই মূল: বান’ কুড়ছিয়া অনুবাদ : ময়ূৰী শৰ্মা বৰুৱা সেয়া আছিল প্ৰথমবাৰ৷ তাৰ পাছতো একেটা ঘটনাৰে দুবাৰ পুনৰাবৃত্তি হৈছিল – হবহু এইধৰণে: মোৰ বাওঁ ভৰিখন আছিল বাঁহৰ জখলাডালৰ একেবাৰে তলৰ খাপটোত আৰু জেকা মাটিখনৰ ঠিক ছয় ইঞ্চি ওপৰত আছিল সোঁ ভৰিখন৷ ঠিক সেই মূহুৰ্ততে চিলনীয়ে নতুনকৈ ওপজা কুকুৰা পোৱালি থপিয়াই ধৰাৰ […]
গল্পঃ এটা স্বাধীন অংগ / হাৰুকি মুৰাকামী
হাৰুকি মুৰাকামীৰ গল্পৰ অসমীয়া অনুবাদ ঃ এটা স্বাধীন অংগ মূলঃ হাৰুকি মুৰাকামী (জাপানী)ইংৰাজী অনুবাদঃ ফিলিপ গেব্ৰিয়েলঅসমীয়া অনুবাদঃ উপাসনা কৃষ্ণাত্ৰেয় পৃথিৱীখনত এনে কিছু মানুহ আছে-(কি যে এক নিৰ্বোধিতা!) যিসকলে এটা আচৰিত ধৰণৰ কৃত্ৰিম জীৱন যাপন কৰে৷ মই এনেকুৱা মানুহ বৰ বেছি লগ পোৱা নাই, কিন্তু নিশ্চিত যে এনে মানুহ আছে কিছুসংখ্যক৷ আৰু ডাঃ টোকাই আছিল তেনে […]