অনুবাদকৰ আড্ডাঃ উদ্ধোধনী অনুষ্ঠান
পঞ্চানন হাজৰিকা সেইসকল গল্পকাৰৰ মাজৰ এজন, যিসকলে তৰুণ হৈও নিজৰ পৰিচয় অসমৰ সাহিত্য জগতখনত শক্তিশালীকৈ গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেওঁৰ গল্পসমুহত এটা লিৰিকেল বা গীতিময় শৈলী পোৱা যায়, যাৰ বাবে তেওঁৰ গল্পসমূহ হৈ পৰে একক আৰু দৃঢ়। পঞ্চানন হাজৰিকাৰ বিখ্যাত গল্প “টেঙানী”ৰ ইংৰাজী অনুবাদ হৈছিল আমাৰ ৱেবচাইটতে (পঢ়ক- অনুবাদ কৰিছিল অৰ্চনা গীতা শইকীয়াই)। অনুবাদটোৱে দেশী-বিদেশী […]
অনুবাদকৰ আড্ডা- Promo
অনুবাদকৰ আড্ডাPromo
প্ৰেমৰ কবিতাঃ মই মনত পেলাওঁ তুমি যিদৰে আছিলা
আপোনাৰ প্ৰিয়জনৰ সৈতে এই Valentine Dayটোক মধুৰ কৰি তোলক আৰু একেলগে পঢ়ক নেৰুডাৰ এটা প্ৰেমৰ কবিতাঃ মই মনত পেলাওঁ তুমি যিদৰে আছিলা মূল স্পেনিচঃ Veínte poemas de amor y una canción desesperar, পাবল‘ নেৰুডা অনুবাদঃ অৱনী বুঢ়াগোহাঁই তুমি যোৱা হেমন্তত থকাৰ দৰেই তোমাক মই মনত পেলাওঁ। তুমি আছিলা ধূসৰ টুপী আৰু স্পন্দনহীন অন্তৰ। চকুত […]
গল্পঃ টিটৱালৰ কুকুৰ / ছাদাত হাছান মাণ্টো
টিটৱালৰ কুকুৰ মূল ইংৰাজীঃ ছাদাত হাছান মাণ্টো অনুবাদঃ বন্যা বৰুৱা বতৰটো আছিল বেছ সুন্দৰ। বতাহজাকে কঢ়িয়াই আনিছিল বনৰীয়া ফুলৰ সুবাস। চৰাইবোৰে আনদিনাৰ দৰেই গীত গাইছিল। ফুলৰ কলিবোৰ ক্ৰমান্বয়ে ফুলি উঠিছিল আৰু সেই ফুলৰ ওপৰেৰে অলসভাৱে গুণগুণাইছিল মৌমাখিবোৰে। জোপোহাৰ ছদ্মবেশত শিলৰ পিচফালে […]
খেতিয়ক / গৌহৰ ৰাজা
খেতিয়ক মূলঃ গৌহৰ ৰাজা অনুবাদঃ বিতোপন গগৈ তহঁতে খেতিয়কক ৰাজপথলৈ লৈ আনিলি এতিয়া তেওঁলোক প্ৰচণ্ড বান আৰু এই বানক খেৰ-কুটাৰে ৰখাব নোৱাৰিবি। এই যে তেওঁলোক ৰাজপথত আছে নিজৰ খেতিমাটি দৰা এৰি থৈ আহিছে ভৰিৰ শিকলি চিঙি আহিছে ধানৰ সুগন্ধৰ শপত খাইছে আৰু মাটিক কথা দি আহিছে যে জয়ী হ‘লেহে ঘূৰি যাব। তহঁতৰ আগতো অত্যাচাৰী বহুত […]
যাক মই মেৰিয়াই লওঁ/दुष्यंत कुमार
যাক মই মেৰিয়াই লওঁ মূলঃ मैं जिसे ओढ़ता–बिछाता हूँ, दुष्यंत कुमार ভাঙনিঃ জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয় যাক মই মেৰিয়াই লওঁ, দলিছাৰ দৰে পাৰি লওঁ, আহক, আপোনাক তেওঁৰেই গজল শুনাও তোমাৰ দুচকুত এখন অৰণ্য আছে, য‘ত মই হেৰুৱাই পেলাওঁ মোৰ পথ তুমি ঠিক এখন ৰে‘লগাড়ীৰ দৰেই দুৰ্দান্তভাৱে পাৰ হৈ যোৱা আৰু মই পুল […]
প্ৰৱন্ধঃ নাজী প্ৰতিৰোধী অভিযানত অস্কাৰ বিজয়ী আদ্ৰে হেপবার্ণ, এক অজ্ঞাত অধ্যায় / : মৈথিলি দা ড্ৰিমাৰ
নাজী প্ৰতিৰোধী অভিযানত অস্কাৰ বিজয়ী আদ্ৰে হেপবার্ণ, এক অজ্ঞাত অধ্যায় মূল: মৈথিলি দা ড্ৰিমাৰ অনুবাদ : ধ্ৰুৱ শইকীয়া নেদাৰলেণ্ডত ১৮২৮ চনত এনে দুগৰাকী কন্যা সন্তানে জন্ম লাভ কৰিছিল যি কালক্ৰমত নিজৰ মহান প্ৰতিভা আৰু কৃতি্ত্বৰে বিশ্ববাসীক বিমুগ্ধ কৰিছিল৷ এগৰাকী নাজী বাহিনীৰ হাতত প্ৰাণ দিয়া এন ফ্ৰেংক, আন গৰাকী হলিউদৰ আদর্শ অভিনেত্ৰীৰূপে খ্যাতিমন্ত […]
পৃথিৱীবাসীলৈ এখন জাননী
পৃথিৱীবাসীলৈ এখন জাননী মূলঃ A Notice to the World অনুবাদঃ জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয় (পৃথিৱীৰ যুদ্ধ বিৰোধী সাহিত্যসমূহৰ ভিতৰত আইনষ্টাইন-ৰাছেল মেনিফেষ্টো এখন অন্যতম গুৰুত্বপূৰ্ণ ডকুমেন্ট। কেৱল সাহিত্য হিচাপেই নহয়, বৰং বিশ্বৰ ৰাজনীতিটো ইয়াৰ এক বিশেষ ভূমিকা আছে। তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী জ্যোতিস্মিতা শইকীয়াই এই মেনিফেষ্টোখনৰ পূৰ্ণ পাঠৰ অনুবাদ আগবঢ়াইছে) ১) প্ৰথমটি পৰমাণু বোমা সম্পূৰ্ণ হোৱাৰ […]
সত্যজিত ৰায়ৰ গল্পৰ অসমীয়া অনুবাদ
সত্যজিত ৰায়ৰ গল্পৰ অসমীয়া অনুবাদ গল্পঃ বিপিন চৌধুৰীৰ স্মৃতিভ্ৰম বঙালী চলচ্চিত্ৰ জগতৰ কাণ্ডাৰী সত্যজিত ৰায় (১৯২১-১৯৯২) ৰ দ্বাৰা ৰচিত মনোৰম সাহিত্যৰাজিৰ ভিতৰত চুটি গল্প সমূহ অন্যতম। তেওঁৰ কাহিনীৰ ‘ফেলুদা‘ আৰু ‘প্ৰফেছাৰ শঙ্কু‘ দুটা অতি জনপ্ৰিয় চৰিত্ৰই নৱ-প্ৰজন্মক আজিও বিশেষ ভাৱে আকৃষ্ট কৰে। অৱশ্যে সকলো বয়সৰ পাঠকৰ মাজত সমাদৃত তেওঁৰ প্ৰায়বোৰ ৰচনাই ইংৰাজী […]
অসমীয়া অনুবাদত মাৰ্ক টোৱেইনৰ গল্প
জিব্ৰাল্টৰত হাতমোজা কিনোতে মূল- মাৰ্ক টোৱেইন ভাবানুবাদ -দুলুমণি গগৈ এগৰাকী বৰ সুন্দৰী গাভৰুৱে এখন দোকানত মোলৈ এযোৰ নীলা হাতমোজা আগবঢ়াই দিলে। মোক নীলা ৰঙৰ হাতমোজা নালাগিছিল, কিন্তু সুন্দৰীয়ে ক‘লে যে মোৰ হাতত হেনো নীলা ৰঙৰ হাতমোজাহে ভাল লাগিব। সুন্দৰীৰ মন্তব্যই মোৰ কোমল অন্তৰ স্পৰ্শ কৰি গ‘ল । মই মোৰ […]