গল্পঃ অসুখ/ হুমায়ূন আহমেদ

  অসুখ মূলঃ হুমায়ূন আহমেদ অনুবাদঃ প্ৰাঞ্জল অনুভৱী   নতুন পল্টনৰ গলি এটাত তেওঁৰ সৈতে মোৰ দেখা হৈ গ’ল।  মোৰ ৰিফলেক্স একশ্যন খুব ভাল।  পটকৈ এখন দোকানৰ আঁৰালত গুছি গ’লোঁ।  কিন্তু তেওঁ চিঞৰিলে- ‘ আৰে, ৰঞ্জু নহয় নে?’ তেওঁ আগুৱাই আহি মোৰ হাতখন চেপি ধৰিলে।   মই নিৰীহভংগিত সুধিলোঁ- ‘কেনে আছে চাৰ?’ অতিৰিক্ত উত্তেজনাৰ বাবে চাৰৰ […]

”The River” – A poem by Assamese poet Hiren Bhattacharya

                                           That River Origin : Hiren Bhattacharya Translated by Rashmi Rekha Bora Hazarika   The river Subansiri That river of my village flows Like the humming of bees Whose sweet streams Captivates my vagabond soul.   Sometimes Amidst the pettiness of day-to-day life I feel: […]

কবিতাঃ জোনাকৰ সংগীত / য়ান্নি ৰিচ্চছ

  “Moonlight Sonata” by Yianni Ritsos  জোনাকৰ সংগীত। কবিঃ য়ান্নি ৰিচ্চছ । অসমীয়া অনুবাদঃ অৱনী বুঢ়াগোহাঁই এটা বসন্তৰ সন্ধিয়া। পুৰণি ঘৰ এটাৰ আহলবহল কোঠা এটা । ক’লা সাজ পৰিহিত এক নিৰ্দিষ্ট বয়সীয়া মহিলাই যুবক এজনৰে সৈতে কথা পাতি আছে। তেওঁলোকে কোঠাত বিজুলীচাকি জ্বলোৱা নাই। দুয়োখন খিৰিকিৰে অবিৰাম গতিত অহা জোনৰ পোহৰে পোহৰাই তুলিছে। মোৰ আগেয়ে […]

গল্পঃ নিযুতপতি মডেল (The Model Millionaire) / অস্কাৰ ৱাইল্ড (Oscar Wilde)

  নিযুতপতি মডেল (The Model Millionaire) মূল : অস্কাৰ ৱাইল্ড (Oscar Wilde) অনুবাদ :  বিপুল বৰুৱা সম্পদশালী নহ’লে কাৰ্তিকৰ দৰে চেহেৰাও নেছেল ! প্ৰেম পিৰিতিত ধনীৰ যি আয়াস তাত নিবনুৱাৰ কোনো সকামেই নাই ৷ দুখীয়া ৰাইজ উচিত কথা হ’ব- আপোনালোকে খোৱা জীয়াৰ কামত ৰত থাকক আৰু ৰসময় কাব্য এৰি নিৰস গদ্যতে একামোৰ মাৰক ৷ আয় […]

কবিতাঃ বলিয়া ছোৱালী এজনীৰ প্ৰেম-সংগীত / ছিলভিয়া প্লাথ

  বলিয়া ছোৱালী এজনীৰ প্ৰেম-সংগীত                   কবি : ছিলভিয়া প্লাথ                   অনুবাদ : স্ৰোতস্বিনী তামুলী মই মোৰ চকু দুটা জপাই দিছিলোঁ আৰু এনে অনুভৱ হৈছিল পৃথিৱীখন মৰি মৰি গলিবলৈ ধৰিছিল মই জোৰেৰে ঢাকোনবোৰ খুলি গৈছিলোঁ আৰু সেই সকলোবোৰৰ আকৌ জন্ম হৈছিল বোধকৰোঁ মই মনত তোমাক […]

খলিল জিব্ৰানৰ এমুঠি কবিতাৰ অসমীয়া অনুবাদ

  খলিল জিব্ৰানৰ এমুঠি কবিতাৰ অসমীয়া অনুবাদঅনুবাদ – ড° বিৰিঞ্চি কুমাৰ দাস   Poet  টোপনিত খোজ কাঢ়োতাসকল মই জন্ম গ্রহণ কৰা চহৰখনত এগৰাকী তিৰোতা আৰু তেওঁৰ জীয়েকে বাস কৰিছিল। দুয়ো টোপনিতে খোজ কাঢ়িছিল। এনিশা নীৰৱতাই পৃথিৱীখনক আকোঁৱালি লোৱাৰ সময়ত তিৰোতাগৰাকী আৰু তেওঁৰ জীয়েকে টোপনিত থকা অৱস্থাতে খোজ কাঢ়ি ওলাই গ‘ল আৰু তেওঁলোকৰ কুঁৱলীৰে আৱৰা বাগিচাখনত […]

প্ৰৱন্ধঃ এজন চিনেমা সম্ৰাট আৰু মই / ছ’হৰেৰ্ছ গ’লপৰিয়ান

এজন চিনেমা সম্ৰাট আৰু মই মূলঃ ছ’হৰেৰ্ছ গ’লপৰিয়ান অনুবাদঃ ইন্দ্ৰনীল গায়ন টকিঅ’ত হোৱা আন্তৰ্জাতিক চিনেমা মহোৎসৱত আকিৰা কুৰছাৱাই আব্বাছ কিয়াৰ’স্তামিৰ ” Where is the friends home ” আৰু ” And life goes on “ চিনেমা দুখন চোৱাৰ পিছত এইদৰে প্ৰশংসা কৰিছিল: ” মই বিশ্বাস কৰো যে ইৰানীয়ান পৰিচালক আব্বাছ কিয়াৰ’স্তামি এজন অভূতপূৰ্ব পৰিচালক৷ হয়তো এইসময়ত […]

কবিতাঃ কেম্পত / জীবনানন্দ দাশ

কেম্পত   মূল কবিতাঃ “ক্যাম্পে” (১৯৩২) ৰচনাঃ জীবনানন্দ দাশ অনুবাদঃ অৱনী বুঢ়াগোহাঁই     তম্বু তৰিছো মই এক হাবিৰ সীমনাত গোটেই ৰাতিটো বয় দখিনা বতাহ আকাশৰ জোনৰ পোহৰত কোনো এক ঘাই-হৰিণীৰ মাত শুনো ; কাক জানো মাতে !   ক’ৰবাত হৈছে আজি হৰিণা চিকাৰ ; হাবিৰ ভিতৰলৈ আজি চিকাৰীৰ দল আহে ময়ো যেন গোন্ধ পাওঁ […]

কবিতাঃ এজন মানুহে তেওঁৰ জীৱনত / য়েহুদা আমিখাই

  এজন মানুহে তেওঁৰ জীৱনত (A Man in His Life) মূল – য়েহুদা আমিখাই (ইজৰাইল) অসমীয়া অনুবাদ – ড° বিৰিঞ্চি কুমাৰ দাস     এজন মানুহে তেওঁৰ জীৱনত সময় নাপায় প্ৰতিটো কথাৰ বাবে সময় পাবলৈ। জীৱনত তেওঁৰ পৰ্যাপ্ত ঋতু নাথাকে প্ৰতিটো উদ্দেশ্যৰ বাবে ঋতু পাবলৈ এই বিষয়ত যাজকসকলৰ কথাবোৰ ভুল আছিল। মানুহ এজনক লাগে একেটা […]