কবিতাঃ মোৰ নীলা কুকুৰা / এন গ্ৰে

অনুবাদত অসমীয়া কবিতা মোৰ নীলা কুকুৰা মূল:  এন গ্ৰেভাবানুবাদ:  যশোৱন্ত নিপুণ   মই মোৰ নীলা কুকুৰাজনীক এটা গান শুনাওঁ ৷ মই তাইৰ ডেউকা দুখন মোৰ গাত মেৰিয়াই লওঁ ৷ শিয়ালটোৱে তাইৰ প্ৰেমিকক ভক্ষণ কৰিছিল, মনে মনে ৰুক্ষ  ঘাঁহবোৰৰ মাজেৰে, আৰু বৰষুণে ধোৱা আকাশেৰে আহি ৷ মই তাইক কওঁ, ময়েই নীলা বগলী, আৰু নীলা ভাটৌ ৷  […]

কবিতাঃ মই ভগৱানক সকলো কৈ দিম / অভ্ৰ ভট্টাচাৰ্য

  মই ভগৱানক সকলো কৈ দিম   মূল বাংলা : অভ্ৰ ভট্টাচাৰ্যঅনুবাদ : ছা-হা-বা হাৰ্টি   মনত আছেনে তোমাৰ? ছিৰিয়াৰ সেই তিনিবছৰীয়া ল‘ৰাজনৰ কথা বোমাত আঘাতপ্ৰাপ্ত শৰীৰ লৈ মৰাৰ আগতে যে কৈছিল— “মই ভগৱানক সকলো কৈ দিম” তেওঁ হয়তো ভগৱানক সকলো কৈ দিছে।   হয়তো কৈ দিছে আমাৰ জিঘাংসু কথা আমাৰ লোভৰ কথা আমাৰ বৰ্বৰতাৰ […]

‘Bastu Prakash’ from The Namaghosha by Sri Sri Madhavadeva.

  ‘Bastu Prakash’ (Revealing Essence) from The Namaghosha  by  Sri Sri Madhavadeva. Revealing Essence   Translator: Dr Bipul Kumar Baruah performing gayan-bayan by Satriya musician Nectar of Hari’s name reveals Baikuntha* Ambrosial love river flows Srimanta Sankara has broken its banks Pervading universe it glows. Ambrosial love river of adoringly Govinda Emerges right from Baikuntha […]

Bhoot Powali : A poem by Jyoti Prasad Agarwala

Little Ghosts————————Origin: Jyoti Prasad AgarwalaTranslated by Moira Goswami  Mother, In one of my wild dreams I encountered two little ghosts And two more Tiny-little witch-girls With gleaming noses And glaring eyes.   One pitch-black The other cloud-white Each ghost with invisible outfits.   They mutter something like Takut-takut-kut One said, “Put-put-put!” And Mother, The other […]

গল্পঃ কেৰাচিনৰ গোন্ধ / অমৃতা প্ৰীতম

কেৰাচিনৰ গোন্ধ মূল: অমৃতা প্ৰীতম অসমীয়া ভাঙনি: দেৱাশ্ৰী বৰগোহাঁই     গুলেৰিৰ মাক–দেউতাক চাম্বাত থাকে । পতিৰ ঘৰৰ পৰা কেইমাইল মান আঁতৰত । থিয় পাহাৰটোৰ পৰা একা–বেকা ৰাস্তাটোৰ শেষত । গুলেৰিৰ ঘৰৰ লৈ মনত পৰিলেই স্বামী মানকৰ লগত পাহাৰৰ চূড়াটোত গৈ থিয় হয় । চাম্বাৰ ঘৰবোৰ বেলিৰ পোহৰত জকমকাই থাকে, তাকে চাই গুলেৰিৰ মন ভৰি […]

Assamese poem by Revered poet Hem Baruah

  Assamese poem by Revered poet Hem Baruah Translated by Dr Bipul Kumar Baruah     Grandmother   This is our Grany, octogenarian: She dares intense heat of midday Sun Or On calamitous day of the fierce rainy season In summer, winter – belittling all She loiters with her jute-hued hair. As I met her […]

শঙ্খ ঘোষৰ কেইটিমান কবিতাৰ অসমীয়া অনুবাদ

  শঙ্খ ঘোষৰ কেইটিমান কবিতাৰ  অসমীয়া অনুবাদ   কবি   ইণ্টাৰভিউ অনুবাদ : প্ৰকল্প ৰঞ্জন ভাগৱতী   এই মঙহৰ সোৱাদ অতি চিনাকি থুঁতৰিলৈকে বৈ আহে জোল অপেক্ষাৰ পিছত অপেক্ষা অপেক্ষাৰ পিছত অপেক্ষা তাৰপিছত গম পাওঁ এনেকুৱা হয়েই আমাৰ ভনীহঁতে য‘ত ইণ্টাৰভিউ দিবলৈ যায় তাত আমিয়েই অন্য পোছাকত গৰম ভাপ লৈ লৈ সিহঁতক খাম বুলি মনে […]