অসমীয়া অনুবাদ কবিতাঃ শেষৰজন ৰাজকুমাৰ/ এ কে ৰামানুজন
অসমীয়া অনুবাদ কবিতাঃ শেষৰজন ৰাজকুমাৰ (The Last of the Princes) মূল কবিঃ এ কে ৰামানুজন অসমীয়া ভাঙনিঃ বিজিত লাহন ramanujan তেওঁলোকে মৰিবলৈ সময় লৈছিল, যথেষ্ট সময়, ঔৰংজেৱৰ দিনৰ পৰাই বংশটো কাছ-গতিত পৰি আহিছিল: কোনোবা হাড়ৰ ক্ষয় ৰোগত, কিছুৰ মূৰত লণ্ডনৰ কুঁৱলীয়ে* নাচি নাচি চেপিছিল কিছু আকৌ নতুন সোঁতত উটিছিল আমদানীকৃত মদ আৰু মাইকী; দুই এজন […]
গল্পঃ যুদ্ধ / লুইগি পিৰাণ্ডেল’
যুদ্ধ মূলঃ লুইগি পিৰাণ্ডেল’ অনুবাদঃ প্ৰিয়াক্ষী শইকীয়া ৰাতিপুৱা হোৱাৰ আগে আগে ৰোমৰ পৰা অহা ট্ৰেইনখন ফ্ৰেবিয়ানোৰ সৰু ষ্টেচনটোত ৰ’লহি। যাত্ৰীবোৰে ট্ৰেইনৰ পৰা নামি বেলি ওলোৱালৈ চুলমনালৈ যোৱা স্থানীয় ট্ৰেকাৰখনৰ ভিতৰতে সময় কটালে। ৰাতিপুৱাল । দ্বিতীয় শ্ৰেণীৰ যাত্ৰী কঢ়িওৱা, ধুঁৱলী–কুঁৱলী, গুলুম মৰা ট্ৰেকাৰখনৰ ভিতৰলৈ এগৰাকী লোদোৰ–পোদোৰ মহিলা সোমাই আহিল। তেওঁৰ চকু চলচলীয়া। […]
অসমীয়া অনুবাদ কবিতাঃ মোৰ ল’ৰালি কাল/ য়েহুদা আমিচাই
অসমীয়া অনুবাদ কবিতাঃ মোৰ ল‘ৰালি কাল মূল কবিঃ য়েহুদা আমিখাই ইংৰাজী ভাষান্তৰঃ মাৰ্গালিট বেনায়া অসমীয়া ভাঙনিঃ অৰূপ কুমাৰ দাস মোৰ ল‘ৰালি কালত নৈ কিনাৰত দেখিছিলো কঁহুৱা আৰু লংগৰবোৰ, আৰু মই, তাতেই পৰি আছিলো, সেইবোৰৰ একো পাৰ্থক্য ধৰিব পৰা নাছিলো, কাৰণ সেইবোৰ আছিল মোৰ ওপৰত আকাশলৈ মু কৰি ৷ আইৰ মাতবোৰে মোক মেৰিয়াই ৰাখিছিল খৰ-খৰীয়া কাগজেৰে […]
গল্পঃ আদিবাসীবোৰে আৰু নানাচে / হাঁচদা সৌভেন্দ্ৰ শেখৰ
আদিবাসীবোৰে আৰু নানাচে (ADIVASIS WILL NOT DANCE) মূলঃ হাঁচদা সৌভেন্দ্ৰ শেখৰঅসমীয়া অনুবাদঃ অৱনী বুঢ়াগোহাঁই । সিহঁতে মোক মাটিত পেলাই হেঁচা মাৰি ধৰিলে। সিহঁতে মোক কথা কবলৈ নিদিলে, মোক প্ৰতিবাদ কৰিবলৈ নিদিলে, আনকি মই মূৰটো দাঙি, মোৰ একে লগৰে গান বাজনা কৰা আৰু নচা মানুহকেইটাক পুলিচে পিটি থাকোতে মোক এবাৰো চাবলৈ নিদিলে । মাত্ৰ মই শুনিবলৈ পালো সিহঁতৰ কান্দোন […]
অসমীয়া অনুবাদ কবিতাঃ কৈলাশ বাজপেয়ীৰ চাৰিটা কবিতা
অসমীয়া অনুবাদ কবিতা মূলঃ কৈলাশ বাজপেয়ী (হিন্দী) অসমীয়া ভাঙনিঃ ৰুবুল দাস সমাগম সকলো সলনি হয় নিজৰ গতিৰে কেৱল নদীয়েই নহয় পাহাৰো টুকুৰা টুকুৰ হৈ বৈ যায় পানীৰ তলেৰে নদীৰ গাতে গা ঘঁহাই । অন্ততঃ শৰীৰে সহযোগ নকৰে নহ‘লে অনাহকত কোনেনো মৰে স্পন্দন কবিতা প্ৰত্যেক মানুহেই নিজৰ বোধেৰে বুজে ঈশ্বৰ এটা কবিতা । আদিতম প্ৰশ্ন জন্মতে […]
অসমীয়া অনুবাদ কবিতাঃ সাউদৰ ঘৈণীয়েকৰ চিঠি / এজৰা পাউণ্ডৰ কবিতা
অসমীয়া অনুবাদ কবিতাঃ সাউদৰ ঘৈণীয়েকৰ চিঠি(The River-Merchant’s Wife : A Letter) মূল কবি: এজৰা পাউণ্ডঅসমীয়া ভাঙনিঃ বিজিত লাহন তেতিয়াও মোৰ চুলিবোৰ মাজ-কপালত পৰাকৈ কাটি থোৱা আছিল মই পদূলিমূৰত উমলি আছিলোঁ, ফুল ছিঙি তুমি বাঁহৰ পেং-লাখুটিৰ ঘোঁৰাত উঠি আহিছিলা তুমি মোৰ কাষলৈ আহিছিলা, নীলা জামুবোৰ হাতত আছিল তোমাৰ আৰু আমি চ‘কান গাঁৱত ঘৰ পাতিবলৈ গুচি গৈছিলোঁ দুটা […]
অসমীয়া অনূদিত প্ৰবন্ধঃ গান কৰি ভাল পোৱা মানুহজন
অসমীয়া অনূদিত প্ৰবন্ধঃ নাচ গান কৰি ভাল পোৱা মানুহজন মূলঃ সুহৃদ শংকৰ চট্টোপাধ্যায় উৎসঃ ‘ফ্রণ্টলাইন’ আলোচনী, ১১ নৱেম্বৰ, ২০১৬ সংখ্যা অনুবাদঃ ময়ূৰ চেতিয়া ১৯৬৫ চনৰ এটা সাক্ষাৎকাৰত মানুহজনক সোধা হৈছিল – তেওঁ নিজকে এজন কবি বুলি ভাবে নে গায়ক বুলি ভাবে। উত্তৰত মানুহজনে কৈছিল – “মই নিজকে এজন নাচ গান কৰি ভাল পোৱা মানুহ বুলিহে ভাবো”। bob dylan […]
Post-colonial Poems by Kamal Kumar Tanti
Post-colonial Poems (Tr. by Dr. Manjeet Baruah) (1) We, the guards of the Water Fairy* From the depths of the river As we reached its bank The last ship of the remorseless merchants Laden with all the river had Had sailed away, tearing through the darkness The waters of the river flowed, over the stains […]
A bulk of translated poems by Nilim Kumar
A bulk of translated poems of Nilim Kumar THE MAN Translated by: Bibekananda Chaudhuri The man is sitting on his chair The man is not stirring a bit The chair is sitting on the verandah The man is not stirring a bit The curtains of the house of the man is ruffled by the wind […]
গল্পঃ হামিদা / অমৃতা প্ৰীতম
হামিদা ইংৰাজী অনুবাদঃ হৰি শৰ্মা মূল গল্পকাৰঃ অমৃতা প্ৰীতম অনুবাদঃ অপৰাজিতা গগৈ অমৃতা প্ৰীতম তেনেই পুৱাতে, আন্ধাৰ তেতিয়াও আঁতৰাই নাই, হামিদা ঘৰৰ পৰা বাহিৰলৈ […]