উত্তৰ ঔপনিৱেশিক দৃষ্টিৰে ভাৰতৰ ইতিহাসত হিন্দুত্ব
উত্তৰ ঔপনিৱেশিক দৃষ্টিৰে ভাৰতৰ ইতিহাসত হিন্দুত্বমূল : ড৹ দ্বিজেন্দ্ৰ নাৰায়ণ ঝাঅনুবাদঃ সুমন্ত কাকতি ঔপনিৱেশিক শাসকৰ আমোলত পাশ্চাত্যৰ পণ্ডিত সকলে বিশেষকৈ ব্ৰিটিছ ইতিহাসবিদ সকলে অতীতৰ ভাৰতবৰ্ষৰ ইতিহাস সংক্ৰান্তত অজস্ৰ সাধাৰণীকৃত আৰু অতিৰঞ্জিত কেতবোৰ ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰি থৈ গৈছে । তেঁওলোকে ভাৰতৰ প্ৰাচীন সমাজ ব্যৱস্থাক জড় আৰু শতিকাজুৰি পৰিবৰ্তনহীন বুলি অভিহিত কৰি গৈছে । লগতে […]
অসমীয়া অনুবাদত শীৰ্ষেন্দু মুখোপাধ্যায়ৰ গল্প
বিজ্ঞান ভিত্তিক কল্প কাহিনী সময় মূল :: শীৰ্ষেন্দু মুখোপাধ্যায় অনুবাদ:: ৰঞ্জনা দত্ত সোমনাথৰ বয়স মাত্ৰ বাইছ বছৰ। এই বয়টোত মানুহৰ শক্তি, উৎসাহ, আবেগ আদিৰ প্ৰকাশ খুব বেছি। সোমনাথে এজনী ধুনীয়া, দুৰ্দান্ত হাই ফাই পৰিয়ালৰ ছোৱালীৰ লগত এক পক্ষীয় প্ৰেমত পৰিল। ছোৱালী জনীৰ নাম অপৰা। চিনা পৰিচয় নাই। চৌধূৰী হতঁৰ ঘৰটো পাৰাৰ সকলোতকৈ […]
অসমীয়া অনুবাদত উমাবাৰ্টো আকাবালৰ কবিতা
অসমীয়া অনুবাদত উমাবাৰ্টো আকাবালৰ কবিতা অনুবাদঃ অনন্ত ৰাজখোৱা ১) দুটোপাল চকুপানী যেতিয়া মোৰ জন্ম হৈছিল তেওঁলোকে আঁকি দিছিল মোৰ দুচকুত দুটোপাল চকুপানী যাতে মই দেখা পাওঁ মোৰ মানুহৰ দুখৰ পৰিমাণ। ২) স্বাধীনতা কপৌ, ফেচাঁ আৰু শেন আদি চৰাই, ৰাজপ্ৰসাদ আৰু গীৰ্জাবোৰৰ ওপৰত পৰে। যেনেদৰে সিহঁত পৰে জেওৰা, শিল অথবা গছৰ […]
কল্প বিজ্ঞান ভিত্তিক গল্প
কল্প বিজ্ঞান ভিত্তিক গল্প তাৰকা মাতৃ (ষ্টাৰ মাডাৰ ) মূল :: ৰবাৰ্ট এফ ইয়ংঅনুবাদ:: ৰঞ্জনা দত্ত লেখক পৰিচিতিঃ ১৯১৫ চনৰ ৮ জুন তাৰিখে নিউ য়ৰ্কত জন্মগ্ৰহণ কৰা ৰবাৰ্ট ফ্ৰাঙ্কলিন ইয়ং আমেৰিকাৰ এজন স্বনামধন্য কল্পবিজ্ঞান লেখক। তেখেতে পাঁচ খন ডাঙৰ কলেৱৰৰ কল্পবিজ্ঞান উপন্যাস, পাঁচ খন সৰু উপন্যাস, অসংখ্য কল্পবিজ্ঞান আৰু বিজ্ঞান ভিত্তিক চুটিগল্প সংকলনেৰে আমেৰিকাৰ সাহিত্য জগতক চহকী কৰি থৈ […]
নবনীতা দেব সেনৰ “গদাধৰপুৰ উইমেনছ কলেজ” গল্পৰ অসমীয়া অনুবাদ
গদাধৰপুৰ উইমেনছ কলেজ মূলঃ নবনীতা দেব সেন অসমীয়া অনুবাদঃ অনুৰাধা বৰুৱা “সন্ধেবলায় কে ডেকে নেই তাৰে?” আচ্ছা, গীতু, তোৰ বাৰু সেই আলোচনা চক্ৰ খনৰ কথা মনত আছে নে ? অশোকতৰুৱে মূৰ তল কৰি যে গাইছিল— “ও আমাৰ গোলাপবালা—-” , এতিয়া অশোকতৰুৱে অন্য ধৰণৰ গান গায় । তোৰ মামাই যে সেইবাৰ সপোনৰ অৰ্থৰ বিষয়ে বক্তৃতা প্ৰদান […]
কেৰিয়াৰ হিচাপে অনুবাদঃ অনুবাদকৰ কেৰিয়াৰ— কিমান বাস্তৱসন্মত?/ শান্তনু চাংমাই
কেৰিয়াৰ হিচাপে অনুবাদঃ অনুবাদকৰ কেৰিয়াৰ— কিমান বাস্তৱসন্মত? শান্তনু চাংমাই, নতুন দিল্লী এনে সৰু-বৰ ভাৰতীয়, আন্তৰ্জাতিক এপ, ই-কমাৰ্ছ, ছ’ছিয়েল মীডিয়া, ব্ৰেণ্ডসমূহৰ উপৰিও চৰকাৰী অনেক উদ্যোগ আছে, য’ত অনুবাদ কৰ্মক এক সুকীয়া মৰ্যাদা দিয়া হয়। ভাৰতৰ দৰে বিশাল দেশ এখনত যিকোনো আঁচনি, পৰিকল্পনা, নীতি, বাৰ্তা জনতাৰ কাষ পোৱাবলৈ হ’লে ইংৰাজী বা হিন্দী দুটা ভাষা যথেষ্ট নহয়। সেয়ে চৰকাৰে প্ৰায় প্ৰতিটো বিভাগতে অনুবাদক মকৰল কৰি […]
কৃষ্ণকান্ত সন্দিকৈৰ প্ৰৱন্ধ “ অনুবাদৰ কথা” PDF
কৃষ্ণকান্ত সন্দিকৈৰ প্ৰৱন্ধ “ অনুবাদৰ কথা”ৰ PDF ডাউনল’ড কৰিবলৈ ইয়াত ক্লিক কৰক
বব ডিলানৰ কবিতা(গীত)ৰ অসমীয়া অনুবাদ
যুদ্ধৰ গৰাকী মূলঃ বব ডিলান অনুঃ বিতোপন গগৈ আহা হে যুদ্ধৰ গৰাকী তুমিয়ে সাজিছা সকলো বন্দুক তুমিয়ে সাজিছা মৃত্যুৰ সকলো উৰা জাহাজ তুমি সাজিছা বোমা তুমি যে দেৱালৰ আঁৰে আঁৰে লুকাই ফুৰা তুমি যে মেজৰ তলত লুকাই ফুৰা মই মাত্ৰ তোমাক জনাব বিচাৰো মই তোমাক তোমাৰ মুখাৰ আঁৰতো দেখো তুমি কেতিয়াও একো […]
অসমীয়া অনুবাদত ইংলেণ্ডৰ লোক-কাহিনী – ৰাণী গোডাইভাৰ আখ্যান
ৰাণী গোডাইভাৰ আখ্যান অনুবাদঃ নাবিলা আখতাৰ অতি প্ৰাচীন কালত ইংলেণ্ডৰ ক‘ভেন্ট্ৰি নগৰত লিও‘ফ্ৰিক নামৰ এগৰাকী স্বাৰ্থপৰ, অহংকাৰী আৰু নিজৰ অধিকৃত সা–সম্পত্তিৰ ভোগ–বিলাসৰ বাসনাত আত্ম–মগ্ন সম্ৰাটে শাসন কৰিছিল। তেওঁৰ সুবিশাল অট্টালিকা, তেওঁৰ বাগিছা, পোহনীয়া ঘোঁৰা আৰু তেওঁৰ পোহনীয়া কুকুৰ বিলাক এই অধিকৃত সা–সম্পত্তিৰ অন্তৰ্ভুক্ত আছিল। তাৰোপৰি তেওঁ অতিশয় ধুনীয়া ,একোছা বৈ পৰা দীঘল সোণালী চুলিৰ অধিকাৰী, উদাৰ মনোভাৱী […]
Translation of the original texts of Bishnu Rabha-1, 2
Translation of the original texts of Bishnu Rabha: