কবিতাঃ বৰষুণৰ শব্দ শুনাৰ দৰে / অক্টাভিঅ পাছ
বৰষুণৰ শব্দ শুনাৰ দৰে (As one listens to the rain) মূল : অক্টাভিঅ পাছ অসমীয়া ভাঙনি : প্ৰেম নাৰায়ণ নাথ বৰষুণৰ শব্দ শুনাৰ দৰে মোৰ কথাও শুনাচোন মন নিদিয়াকৈ মন-পাতল নকৰাকৈ মৃদু পদধ্বনিৰে জিৰজিৰ বৰষুণ পানী য‘ত বতাহ, বতাহ য‘ত সময় যাওঁ যাওঁ দিৱস, ৰাতি আহিবলৈ এতিয়াও বাকী কুৱঁলীৰ প্ৰতিকল্প, চুকৰ কেঁকুৰিটোতে সময়ৰ প্ৰতিৰূপ, বিৰতিৰ […]
বক্তৃতাঃ আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ বক্তৃতা:
আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ বক্তৃতা: অনুবাদঃ চন্দনা কাশ্যপ সজ্জনসকল, মই লক্ষ্য কৰোঁ যে যেতিয়া মই আপোনালোকক এটা নতুন উদ্যোগত নেতৃত্ব দি আগবাঢ়োঁ, আপোনালোকে মোক এতিয়া আৰু আপোনালোকৰ আগৰ উদ্যমেৰে অনুসৰণ নকৰে । মই আপোনালোকক মোৰ লগত আলোচনা কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ যাতে আমি একেলগে এটা সিদ্ধান্তত উপনীত হ‘ব পাৰোঁ যে মোৰ পৰামৰ্শ মতে আমি আগুৱাই যাম নে আপোনালোকৰ মতে, পিছ হুহুকি […]
গল্পঃ দ্য কপ এণ্ড দ্য এন্থেম / অ’ হেন্ ৰী
দ্য কপ এণ্ড দ্য এন্থেম ( The cop and the Anthem) মূল : অ‘ হেন্ ৰী অনুবাদ : স্বপ্না দত্ত ভৰালী O HENRY শ্বপিয়ে মেডিচন স্কোয়াৰৰ বেঞ্চিখনতে বহি আছে ৷ কিছু অস্থিৰতাৰে ৷ শীতে লাহেকৈ আহি নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ এইকেইটা দিন ঘৈণীয়েকহঁত […]
গল্পঃ বনৰীয়া ৰাজহাঁহ/ এলিচ মুনৰ’
বনৰীয়া ৰাজহাঁহ গল্পকাৰ: এলিচ মুনৰ‘ (Alice Munro) ইংৰাজী অনুবাদ : ৱাইল্ড স্বান (Wild Swan) অসমীয়া অনুবাদ : বিদ্যুত বিকাশ চিৰিং ফ্ল‘ই কৈছিল হোৱাইট শ্লেভাৰছ্ বোৰৰ পৰা সাৱধানে থাকিবলৈ । তাই কৈছিল, সিহঁতৰ কাম কৰাৰ পদ্ধতি এনেকুৱা: এগৰাকী বুঢ়ী মানুহ, দেখাত মা বা আইতাৰ লেখীয়া, বাছ বা ট্ৰেইনত তোমাৰ কাষত বহি যাওঁতে তোমাৰ সৈতে বন্ধুত্ব গঢ়ি তুলিলে । তেওঁ […]
POSTMODERN : PEARS
POSTMODERN : PEARS Original: Ankur Ranjan Phukan Translation: Bibekananda Choudhury I am not Newton just because my wheatish tresses are little longer than intellectual measure The fallen fruits is a pear, not an apple. Haf the budding era of story risen to renaissance Perhaps the back of the porcupine been smooth I or some other […]
A few Poems of Rajeevb Baruah
A few Poems of Rajeev Baruah Tale of a pair of shoes Translated by Krishna Dulal Baruah “A pair of shoes had fallen in love With a pair of feet” – Sapardi Djoko Damono A pair of old shoes lies upon the granary platform A spider resides in the right shoe A mason-wasp in the […]
তিব্বতৰ সাধু : জ্ঞানী মহিলা
তিব্বতৰ সাধু : জ্ঞানী মহিলা অনুবাদ : কিন্নৰী ডেকা (জ্ঞানীৰ সংগ পৰিত্যাগ কৰাজনে জীৱনৰ বাটত বাৰেপতি উজুটি খায় – তিব্বতৰ প্ৰবচন ) বহু হাজাৰ বছৰ আগৰ কথা। কালৰ পাকচক্ৰত পৰি হেৰাই যোৱাৰ বহুপূৰ্বে এসময়ত তিব্বতৰ পৰ্বতৰ বুকুত অৱস্থিত বোকাময় গাওঁ এখনত এটি জনজাতীয়ে বসবাস কৰিছিল। গাওখনৰ বোকা মাটিৰ তলেৰে ওলোৱা এটা সৰু চাফা পানীৰ ফোৱাৰাই […]
গল্পঃ পুৰণি চিঠিবোৰ/ শীৰ্ষেন্দু মুখোপাধ্যায়
পুৰণি চিঠিবোৰ মূল বাংলা : শীৰ্ষেন্দু মুখোপাধ্যায় ভাবানুবাদ : ইন্দ্ৰনীল গায়ন (১) এদিন হঠাৎ চহৰখনলৈ এজন ডাকোৱাল আহিল আৰু ডাকোৱালজনে প্ৰথমেই আহি মোৰ ঘৰৰ সমুখত ৰৈ দুৱাৰত টোকৰ মাৰিলে ৷ মই চিলমিল টোপনিৰ পৰা সাৰ পাই উঠি দুৱাৰখন খুলি দি দেখিলো এজন বয়সস্থ মানুহ এমোনা চিঠিৰ সৈতে থিয় দি আছে ৷ হাততো দুই এটা চিঠিৰ […]
সাক্ষাৎকাৰঃ ড০ আক্কাই পদ্মশালীৰ সাক্ষাৎকাৰ
ড০ আক্কাই পদ্মশালীৰ সাক্ষাৎকাৰ – অনুবাদঃ কোকিল শইকীয়া (ড০ আক্কাই পদ্মশালী হৈছে কৰ্ণাটকৰ এগৰাকী ট্ৰান্সজেণ্ডাৰ সক্ৰিয়কৰ্মী আৰু অনুপ্ৰেৰক বক্তা । জীৱনত নানা ঘাত প্ৰতিঘাতৰ মাজেৰে তেওঁ কেনেকৈ সমাজত প্ৰতিষ্ঠা লাভ কৰিছে ; হিজৰা সমুদায়ৰ পৰা পৰা ৰাষ্ট্ৰপতি ভৱনলৈ , যৌন কৰ্মীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰালৈ তেখেতৰ এই অনুপ্ৰেৰণা যোগাব পৰা সংগ্ৰামী জীৱন যাত্ৰাৰ বিষয়ে […]
কবিতাঃ প্ৰথম লোকচান/ ৱন গ্যেটে
প্ৰথম লোকচান (First – loss ) মূল – ৱন গ্যেটে অনুবাদ – দাৰ্মী উস ! বাৰু কৰিব নে প্ৰত্যাৰ্পণ কোনোবাই কেতিয়াবা সেই দিনবোৰ প্ৰথম প্ৰেমৰ সেই উজ্জ্বল দিনবোৰ কোনেনো কৰিব স্বীকাৰ প্ৰথম পলবোৰ যি সময়ত স্নেহাৰ্দ্ৰভাবে লালিত হৈছিল ! নীৰৱতাৰে পৰিপুষ্ট কৰোঁ মোৰ জখম , আৰু মোৰ চিৰ হাহাকাৰৰ সৈতে বিষাদবোৰ মোৰ আনন্দত এতিয়া ধ্বংস হৈ […]