ৰামদৰশ মিশ্ৰৰ দুটি কবিতা
মূল : ৰামদৰশ মিশ্ৰ (হিন্দী) অসমীয়া ভাঙনি : ৰুবুল দাস অপেক্ষা প্ৰতিটো চকতে দুৰ্ঘটনাগ্ৰস্ত হৈ কেঁকাই আছে এখন দেশ আৰু আমি ডাক্তৰৰ সলনি অপেক্ষা কৰি আছোঁ পুলিচৰ | ঠিকনা চাৰিওফালে কাঁইটৰ জংঘল আৰু ভিতৰৰ ক‘ৰবাত এডালি ভীত লতা | যোৱা, গুচি যোৱা এইটোৱে তেওঁৰ ঘৰৰ ঠিকনা | কবি পৰিচিতি […]
কবিতাঃ এটা কুকুৰাৰ কাহিনী/ সুকান্ত
এটা কুকুৰাৰ কাহিনী মূল (বাংলা) : সুকান্ত অসমীয়া ভাঙনি : হেমাংগ কুমাৰ দত্ত এটা কুকুৰাই হঠাতে আশ্ৰয় পাই গ’ল প্ৰকাণ্ড প্ৰাসাদৰ সৰু কোণ এটাত, ভগা পেকিং বক্সৰ দমত.. অন্য দুই-তিনিটা কুকুৰাৰ সৈতে। আশ্ৰয় যদিও পালে সি, নেপালে আহাৰ উপযুক্ত। সুতীক্ষ্ণ চিঞৰেৰে প্ৰতিবাদ কৰি কন্ঠ ফালিলে সেই কুকুৰাই পুৱাৰ পৰা সন্ধিয়ালৈকে.. তথাপি নজনালে সহানুভূতি […]
গল্প : শগুণ (১৯৭৫) / শিৱশংকৰী (তামিল)
তামিল গল্পঃ শগুণ (১৯৭৫)মূলঃ শিৱশংকৰীঅনুবাদঃ অনামিকা ৰাজবংশী শগুণটোৰ বিকট চিঞৰ-বাখৰবোৰে কাণখন হেঁচা মাৰি ধৰিছিল৷ সেই চিঞৰটো ইমানেই অমানুষিক যে শুনি থাকিবলৈয়ে অসহনীয়৷ লাগিলে ৰাতিপুৱাই হওক নাইবা ৰাতিৰ আন্ধাৰেই হওক- চৌবিছ ঘণ্টা ধৰি সেই একেই ভয়ংকৰ, অসহনীয়, অমানুষিক চিঞৰ৷ ওহ! সিয়ো কেনেধৰণৰ এক নাৰকীয় জীৱ! মন-মস্তিষ্কক কঁপাই তোলা একঘেয় চিঞৰটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু […]
কবিতাঃ আমাৰ পৰা অনেক দূৰত / ভাস্ক’ পপা
আমাৰ পৰা অনেক দূৰত মূল : ভাস্ক’ পপা (Vasko Popa) অসমীয়া ভাঙনি : মানস দত্ত VaskoPopa ১) আমি পোন কৰোঁ আমাৰ মূৰ ৰাস্তাটোৱে আকাশৰ পিনে বগায় আমি আমাৰ চকুত টোপাল দিছোঁ চালবোৰে পৃথিৱী অৱতীৰ্ণ কৰিছে প্ৰতিটো সন্তাপ আতঁৰাই যিবোৰ আমি উল্লেখ কৰা নাই এজোপা বাদামী গছ বাঢ়ি আহে আৰু ৰহস্যঘন অৱশেষ থাকি যায় আমাৰ […]
আলবে’ৰ কেম্যুৰ সাক্ষাৎকাৰ
আলবে’ৰ কেম্যুৰ সাক্ষাৎকাৰ অনুবাদ : মীনাক্ষী বৰপাত্ৰগোহাঁই আলবে’ৰ কেমুৰ জন্ম হৈছিল ১৯১৩ চনত আলজেৰিয়াত ৷ বিশ্বৰ বিখ্যাত লেখকসকলৰ অন্যতম কেম্যুৱে জীৱন প্ৰকৃততে কি, এই সন্দৰ্ভত বহুতো ব্যাখ্যা আগ বঢ়োৱাৰ লগতে নিৰৰ্থকতাক তেওঁ আঙুলিয়াই দেখুৱাইছিল ৷ তেওঁৰ সাহিত্যকৃতিৰ ভিতৰত ‘দ্য আউটচাইডাৰ‘, ‘দ্য প্লেগ‘, ‘দ্য ফল‘ আদি উল্লেখযোগ্য উপন্যাস ৷ ‘দ্য মিথ অব সিসিফাস’, ‘দ্য ৰিবেল’ […]
গল্পঃ পঞ্চ পৰমেশ্বৰ / প্ৰেমচান্দ
পঞ্চ পৰমেশ্বৰ মূল : প্ৰেমচান্দ অনুবাদ: তৃষ্ণা শৰ্মা জুমন ছেঠ আৰু অলমুল চৌধুৰীৰ ধৰ্ম একে নাছিল কিন্ত সৰুৰে পৰা দুয়োজন বন্ধু আছিল৷ জুমনৰ এগৰাকী পেহীয়েক আছিল, পেহীয়েকৰ জুমনৰ বাদে আপোন কোনো নাছিল৷ তেওঁ জুমনৰ লগতে আছিল৷ প্ৰথমে পেহীয়েকৰ বহুত আপডাল কৰিছিল, কিন্ত যেতিয়া পেহীয়েকৰ সকলো সম্পত্তি জুমনৰ নিজৰ নামত কৰি ললে তেতিয়াৰে পৰা পেহীয়েকৰ […]
জীৱনী / ৰাহুল সাংকৃত্যায়ন
জীবনী উৎস গ্ৰন্থ : প্ৰসংগ : গৌতম বুদ্ধ মূল : ৰাহুল সাংকৃত্যায়ন বাংলা অনুবাদ : অভিজিৎ ভট্টাচাৰ্য অসমীয়া অনুবাদ : খগেশ সেন ডেকা বাল্যকাল : সিদ্ধাৰ্থ গৌতমৰ জন্ম হৈছিল খ্ৰীঃ পূঃ ৫৬৩ শতাব্দীৰ আশে পাশে৷ তেওঁৰ পিতৃ শুদ্ধোধনক শাক্যসকলৰ ৰজা বোলা হয়৷ কিন্তু আমি জানো যে, শুদ্ধোধনৰ লগতে ভদ্দীয় আৰু দণ্ডপাণিকো শাক্যসকলৰ ৰজা আখ্যা দিয়া […]
কবিতাঃ অক্টাভিঅ’ পাছৰ দুটা কবিতা
অক্টাভিঅ’ পাছৰ দুটা কবিতা অসমীয়া ভাঙনিঃ যশোৱন্ত নিপুণ paz পথ এয়া সুদীৰ্ঘ আৰু নিতাল-নিস্তব্ধ এটি পথ। এন্ধাৰতে মই খোজ কাঢ়োঁ, উজুটি খাওঁ, পৰি যাওঁ, আৰু মই আকৌ থিয় হওঁ, একো নেদেখাকৈ খোজ কাঢ়োঁ, মোৰ ভৰিয়ে গচকে নীৰৱ শিলবোৰ আৰু শুকান পাতবোৰ: মোৰ পাছত অন্য কোনোবা এজনেও গচকে শিলবোৰ, পাতবোৰ যদি মই মন্থৰ হওঁ, […]
কবিতাঃ পতাকাখন/ পাবলো নেৰুদা
Pablo Neruda ৰ “The Captain’s Verses” ৰ তৃতীয়টো ভাগ “Lives” ৰ দ্বিতীয়টো কবিতা The Flag ৰ অনুবাদ। পতাকাখন (The Flag) মূল : পাবলো নেৰুদা অসমীয়া ভাঙনি : কিশোৰ দাস মোৰ স‘তে ঠিয় হোৱা মোৰ দৰে কোনো এজনকো বিচাৰি নাপাবা যিয়ে ৰৈ যাব বিচাৰে সেই গাৰুটোত য‘ত তোমাৰ চকু পতাযুৰিয়ে পৃথিৱীখনৰ লগত খেলিবলৈ দিয়ে […]
কবিতাঃ মই বহুক্ষণ ধৰি / বিনয় মজুমদাৰ
মই বহুক্ষণ ধৰি মূল(বাংলা) : বিনয় মজুমদাৰ ভাষান্তৰ : অপৰাজ বিনয় মজুমদাৰ বহুক্ষণ ধৰি সফল কলগছৰ কথা ভাবিলোঁ অতি মনোযোগেৰে , কল বাগানৰ মাজত আৰু বাস কৰা নকৰোঁ ভাৰতৰ মানচিত্ৰ যত্নসহকাৰে মই ৰাখিছোঁ পিতাৰ চুটকেচত এতিয়া সকলো বিষয়তে মোৰ সুহৃদ , বন্ধু, ভাৰতৰ মানচিত্ৰখন, ফলত কলবাগানৰ মাজত বাস কৰা নাই মই বৰ্তমান […]