গল্পঃ মাহত পঞ্চল্লিছ টকা / আৰ.কে.নাৰায়ণ

মাহত পঞ্চল্লিছ টকা   মূল : আৰ.কে.নাৰায়ণ অনুবাদ : মিণ্টুল হাজৰিকা R K Narayan শান্তাই ক্লাছত বেছি সময় থাকিব পৰা নাছিল। উচুপি উঠিল। গান, ব্যায়াম, আখৰ আৰু সংখ্যাৰ পৰিচয় আদি সকলো ক্লাছ শেষ কৰি তাই ৰং বিৰঙৰ কাগজ কাটি আছিল। বেল বজাৰ পিছত যেতিয়ালৈকে শিক্ষকে নকয় – “এতিয়া তোমালোক ঘৰলৈ যাব পাৰা” নতুবা “কেচি আঁতৰাই […]

গল্পঃ মানৱতা / বিণু মেথিউ

মানৱতা মূল (ইংৰাজী) : বিণু মেথিউ (Vinu Methew) অনুবাদ : বাপুকণ চৌধুৰী   আজি, মই দিল্লীত উবেৰ টেক্সীৰে ঘূৰি থকা অৱস্থাত এনেকুৱা অভিজ্ঞতা এটা হল যে সকলোৰে বাবে নিলিখি নোৱাৰিলোঁ ৷ সন্ধিয়াৰ সময়খিনিত উবেৰ টেক্সিৰ প্ৰথমজন আৰোহী মই আছিলোঁ, তাৰ পিছত সৰু কন্যা সন্তানটিৰ সৈতে এগৰাকী গাভৰু মাতৃ আৰু বগা টুপী পৰিহিত ইছলাম ধৰ্মী যুৱক […]

প্ৰৱন্ধঃ থেছিছ অন ফয়াৰবাখ / কার্ল মার্ক্স

থেছিছ অন ফয়াৰবাখ – কার্ল মার্ক্স অনুবাদঃ ময়ূৰ চেতিয়া কাৰ্ল মাৰ্ক্স মার্ক্সৰ এই পাঠটো লিখা হৈছিল ১৮৪৫ চনত কিন্তু ১৯২৪ চনতহে ই প্রথমবাৰৰ বাবে ছপাশালৰ মুখ দেখিছিল; মস্কোস্থিত ‘ইনষ্টিট্যুট অফ মার্ক্সিজিম লেনিনিজিম’ৰ দ্বাৰা ৰাছিয়ান আৰু জার্মান ভাষাত পাঠটো প্রথমবাৰ প্রকাশ কৰা হৈছিল। ইংৰাজীত প্রথমবাৰৰ বাবে পাঠটো প্রকাশ কৰা হৈছিল ‘জার্মান আইডিয়লজী’ গ্রন্থখনৰ অংশ হিচাপে, ১৯৩৮ […]

কবিতাঃ আফ্ৰিকা / ডেভিড ডিঅ’প

আফ্ৰিকা মূলঃ ডেভিড ডিঅ‘প অসমীয়া ভাঙনিঃ খগেশ সেন ডেকা আফ্ৰিকা মোৰ আফ্ৰিকা পৈত্ৰিক ছাভানাৰ গৰ্বিত যোদ্ধাৰ আফ্ৰিকা আফ্ৰিকা যাৰ গীত মোৰ আইতাই গুণগুণায় দূৰণিৰ নদীৰ তীৰত মই তোমাক কোনোকালেও নিচিনিলো অথচ মোৰ শিৰাই শিৰাই প্ৰৱাহিত তোমাৰেই তেজ তোমাৰ মনোমোহা ক‘লা তেজ শইচৰ পথাৰত যি পানীৰ যোগান ধৰে তোমাৰ ঘামৰ তেজ তোমাৰ শ্ৰমৰ ঘাম তোমাৰ দাসত্বৰ […]

কবিতাঃ ইচ্ছাপত্ৰ / বাবুশ্বা ক’হলি

ইচ্ছাপত্ৰ  (THE WILL)   কবি : বাবুশ্বা ক’হলি অসমীয়া ভাঙনি : ৰুবী দাস   সম্পূৰ্ণ জ্ঞান আৰু সু-স্বাস্থ্যৰে আজি মই মোৰ ইচ্ছাপত্ৰ লিখিছোঁ… মোৰ মৃত্যুৰ পাছত মোৰ কোঠাটো ছেদেলি-ভেদেলি কৰি মোৰ ঘৰটোৰ সকলো ঠাইতে সিঁচৰতি হৈ খোল খাই পৰি ৰোৱা প্ৰতিটো বস্তুৱেই ভালকৈ চাবা। মোৰ সপোনবোৰ দান দিবা সেই নাৰীসকলক, যি ৰান্ধনি আৰু শোৱা কোঠাৰ […]

কবিতাঃ এটা পৰিচয় / কমলা দাস

এটা পৰিচয় (An Introduction) কবি: কমলা দাস অসমীয়া ভাঙনিঃ বিজিত লাহন   মই ৰাজনীতি নাজানোঁ, কিন্তু জানো সেই নামবোৰ যিবোৰ ক্ষমতাত আসীন আৰু সেইবোৰক আওঁৰাব পাৰোঁ সপ্তাহৰ দিন অথবা মাহৰ নামৰ দৰেই; আৰম্ভণি নেহৰুত। মই ভাৰতীয়, মুগা ৰঙৰ ছালৰ, জন্ম মালাবাৰত, ভাষা কওঁ তিনিটা, লিখোঁ দুটাত, সপোন দেখোঁ এটাত। ইংৰাজীত নিলিখিবা, তেওঁলোকে কয়– ইংৰাজী তোমাৰ […]

গল্পঃ কেমেৰা আৰু চকু / আহমেদ ফিৰোজ

কেমেৰা আৰু চকু   মূল (বাংলা) : আহমেদ ফিৰোজ অসমীয়া অনুবাদ : মিণ্টুল হাজৰিকা     কেমেৰাৰ ৰেঞ্জৰ  ভিতৰত ল’ৰাজন ঠিয় হৈ আছে ৰাষ্টাৰ সেইটোপাৰত৷ একেলগে দুখন মিনি বাছ পাৰ হৈ যোৱাত সঠিককৈ দেখা গ’ল৷ইয়াৰ পিছতে হঠাৎ সি দক্ষিণ ফালে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে৷ কাৰওৱান বজাৰৰ এই ঠাইডোখৰতে ভিৰ অলপ বেছি৷ সকলো সময়তে ট্ৰাফিক যাম […]

কম্বোডিয়াৰ ৰাজনীতিৰ সম্পৰ্কত পোন্ধৰ মিনিটৰ সাক্ষাৎকাৰঃ কম্বোডিয়াই গণতন্ত্ৰ বিচাৰে!

কম্বোডিয়াই গণতন্ত্ৰ বিচাৰে! মানৱ অধিকাৰ কৰ্মী ড০ থিয়াৰী চেঙৰ সৈতে পোন্ধৰ মিনিটৰ এটা সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণঃ নিকু দুৱৰা (কাৰিকৰী সহযোগীঃ কালিকাব শইকীয়া) মূল ইংৰাজীঃ Cambodia seeks for democracy, Niku Duwarah   কম্বোডিয়া দক্ষিণ-পূব এছিয়াৰ এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ। ভূ-ৰাজনৈতিকভাৱেও এই ৰাষ্ট্ৰখনৰ গুৰুত্ব অপৰিসীম। যোৱা বহুকেইটা দশক ধৰি কম্বোডিয়া আৰু ইয়াৰ সাধাৰণ নাগৰিকে গণতন্ত্ৰৰ হকে এখন নিৰলস সংগ্ৰাম অব্যাহত ৰাখিছে। […]

কবিতাঃ মুঝসে পহলী সী মোহব্বত’ / ফৈজ আহমেদ ফৈজ

মুঝসে পহলী সী মোহব্বত’ মূল : ফৈজ আহমেদ ফৈজ অনুবাদ : সমীৰ শংকৰ দত্ত পূৰ্বৰ সেই প্ৰেম, এতিয়া আৰু মোৰ পৰা নিবিচাৰিবা প্ৰিয়ম৷ ভাবিছিলোঁ তুমি আছা যেতিয়া জীৱন মোৰ সদায় ভৰুণ ভাবিছিলোঁ তোমাৰ অনুপস্থিতিৰ যন্ত্ৰণাতকৈ তীব্ৰতৰ যন্ত্ৰণাত কোনোদিনেই দগ্ধ হোৱা নাই পৃথিৱী, তোমাৰ মুখখনিৰ বাবেই অৰণ্যত জক্ মকাই বসন্ত, তোমাৰ দুচকুৰ ব্যতিৰেকে আছেনো কি এই […]

চাৰ্লছ চেপলিনে জীয়েকলৈ লিখা এখন চিঠি

চাৰ্লছ চেপলিনে জীয়েকলৈ লিখা এখন চিঠি অনুবাদ ঃ নাবিলা আখতাৰ   মোৰ জীয়ৰী, এতিয়া নিশাৰ প্রহৰ। বৰদিনৰ এটি নিশা। মোৰ সৰু দুৰ্গটিৰ সকলো সশস্ত্ৰ ৰণুৱা এতিয়া নিদ্ৰাৰত। তোমাৰ ভায়েৰা আৰু ভনীয়েৰা শুই আছে। তোমাৰ মাৰাও এতিয়া টোপনিত। মোৰ এই অৰ্ধ–আলোকিত কোঠালীৰ পথত মই নিদ্ৰাৰত পখীটি সাৰ পাই উঠাৰ প্ৰাকমুহূৰ্তত উপনীত হৈছোঁ।   মোৰ পৰা কিমান নিলগত […]