গল্পঃ নিহালি / ইসমাত চুঘটাই

নিহালি (The Quilt) মূল(উৰ্দু) : ইসমাত চুঘটাই ইংৰাজী অনুবাদ : এম. আশাদুদ্দিন অনুবাদ : নাবিলা আখতাৰ জাৰকালি যেতিয়া মই নিহালিখন গাত মেৰিয়াই লওঁ, বেৰত প্ৰতিফলিত হোৱা ইয়াৰ ছাঁটো  দেখিবলৈ  এটা হাতীৰ নিচিনা হৈ পৰে। ই মোৰ মনটো অতীতৰ দুৰূহ সময়ৰ গভীৰতালৈ ধাৱিত কৰে। স্মৃতিবোৰে আহি ভিৰ কৰেহি।    দুঃখিত যে মই মোৰ নিহালিখনৰ লগত জড়িত কোনো ৰোমান্টিক […]

নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ অসমীয়া অনুবাদ

নাগৰিকত্ব সংশোধনী আইন, ২০১৯–য়ে সমগ্ৰ ভাৰতৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এক তীব্ৰ ৰাজনৈতিক আৰু সামাজিক ধুমাহাৰ সৃষ্টি কৰিছিল। কোনো অসমীয়াই কা-বিৰোধী আন্দোলনৰ সেই উত্তপ্ত আৰু অগ্নিগৰ্ভ সময়চোৱাক পাহৰি যাব নোৱাৰে। কা-আন্দোলনৰ সময়চোৱাত বিভিন্ন পক্ষৰ পৰা প্ৰশ্ন আহিছিল যে “কা’– মানে কি বা ইয়াক কিমান মানুহে পঢ়িছে বুলি। এখন আইনৰ বিৰোধিতা কৰা বা ইয়াক সমৰ্থন কৰাৰ […]

কবিতাঃ আত্মান্বেষণ / নাহিদা আশৰাফী

আত্মান্বেষণ  মূলঃ নাহিদা আশৰাফী (বাংলা) অসমীয়া ভাঙনিঃ কুমুদ ঘোষ    হাতে দোষাৰোপ কৰিলে ভৰিক । ভৰিয়ে চকুক চকুৱে ভোকক ভোকে দোষাৰোপ কৰিলে কাণক  ইমানবোৰ হুলস্থূল, দেহযুদ্ধত ভয় খাই আত্মা হাতত সাৰে ভৰিত সাৰে ওলাই আহি খোজ কঢ়াত লাগিল অন্ধকাৰত … এতিয়া সি জৰিগছৰ তলত কুঁচিমুচি হৈ শুই আছে বৃক্ষৰ জন্মৰ আশাত…। কবি পৰিচিতিঃ নাহিদা আশৰাফী বাংলাদেশৰ এগৰাকী […]

কবিতা: হুল / সুবোধ সৰকাৰ

হুল মূলঃ সুবোধ সৰকাৰ (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ সুবোধ সৰকাৰ চাওতালসকলক বান্ধি ইংৰাজসকলৰ ভৰিৰ ওচৰলৈ চোঁচৰাই আনিম বুলি ট্ৰাক ভৰ্তি পঘা লৈ মহেশ দাৰোগা হাবিত সোমাল । কিন্তু হাবিৰ পৰা সিহঁতে গছৰ ডালত ভাৰ বান্ধি    কঢ়িয়াই আনিলে মহেশ দাৰোগাৰ শৰীৰ । ট্ৰাকত তুলি পঠিয়াই দিলে ইংৰাজহঁতৰ থানালৈ । মহেশে কৈছিল, ‘তইনো কোন ?’ […]

গল্পঃ জেচমিন ফুলৰ মালা / মহম্মদ ফাতেহ জিডানি

জেচমিন ফুলৰ মালা (Jasmine Garlands) মূল লেখক : মহম্মদ ফাতেহ জিডানি (Muhammad Fateeh Zidany) অনুবাদঃ বাপুকণ চৌধুৰী ধোঁৱাৰ মাজত সূৰ্য্যটো লুকাইছিল। কিবা যদি মোৰ কাণত পৰিছিল তেন্তে সেইবোৰ কেবল মানুহৰ আতংক, ভয় আৰু শংকাৰ গভীৰ হুমূনিয়াহ বা চেপা চেপা চিয়ঁৰ–বাখৰ আছিল। আন দেশৰ দৰে চৰাই চিৰিকতিৰ মাতত সূৰ্য্যোদয় বা সূৰ্য্যাস্ত নহয় এইদেশত। এইদেশৰ পথবোৰ মৃত্যুৰ গোন্ধত […]

কবিতাঃ কিয় নিলিখো জর্জ ফ্লয়ডৰ কথা/ টই ডেৰিকট্টে

কিয় নিলিখো জর্জ ফ্লয়ডৰ কথা (Why I don’t write about George Floyd) মূলঃ টই ডেৰিকট্টে (Toi Derricotte) অসমীয়া ভাঙনিঃ ধ্ৰুৱ শইকীয়া            Toi Derricotte কাৰণ কব লগা বহুত কথা আছে কাৰণ কবলৈ একো নাই মোৰ কাৰণ মই নাজানো কিনো ক’ম কাৰণ সকলো কথা দেখোন কোৱা হ’লেই কাৰণ ক’বলৈ যোৱাটো বেদনাদায়ক ভীষণ মই নো কি কব […]

ড০ ভীমৰাও অম্বেদকাৰৰ চিঠি

ভীমৰাও অম্বেদকাৰৰ চিঠি অনুবাদঃ পৰিনীতা দেৱী প্ৰতি                                                                    উলিয়াম এডগাৰ বোৰ্গহাৰ্থ                                                ইউনিভাৰ্চিটি অৱ এটলানন্টা     ৰাজগড়, হিন্দু কলনি     বোম্বে – ১৪                      […]

A few Poems of Hiren Bhattacharyya

A few Poems of Hiren Bhattacharyya Poem of One Killed in The Procession Translated by Dr Bipul Kumar Baruah The fire has been kindled verily by me. I know Mother, in the light of this blazing Will be vivid upon your ailing face Unprecedented form of the Earth. That’s why fire has been set on my […]

কবিতাঃ সোণাই মোৰ, শুনা / মহম্মদ আজিজ লাইহাবী (মৰক্কো)

সোণাই মোৰ, শুনা মূলঃ মহম্মদ আজিজ লাইহাবী (মৰক্কো)  অসমীয়া ভাঙনিঃ ৰুমা অধিকাৰী সোণাই মোৰ! তুমি জীয়াই থাকিবই লাগিব; আৰু তাৰ বাবে সলনি কৰিব লাগিব শান্তিৰ বাটঃ সাৰি-পুচি তাক পৰিষ্কাৰ কৰিব লাগিব যেন শত শত বছৰৰ মলি মুক্ত তাম হে! মই তোমাক উপহাৰ দিব পাৰোঁ জীৱন; কিন্তু , শান্তিৰ দিনবোৰ ! সেয়া কোনে দিব উপহাৰ ? মই সেয়া দিব পাৰোঁ […]

গল্পঃ তৃষ্ণা/ কা টা চিক্কান্না (কানাড়া)

তৃষ্ণা মুল (কানাড়া) : কা টা চিক্কান্না (Ka Ta Chikkanna) ইংৰাজী : এইচ,এচ,এম প্ৰকাশঅনুবাদ : ৰঞ্জনা দত্ত “মই তোক কেতিয়াবাৰ পৰাই মাতি আছোঁ। তই লৰচৰেই কৰা নাই দেখোন। সোনকালে আহি মোক ডাইল বোৰ বাচি দেহি চোন। তেতিয়াহে ডাইল খন অলপ ডাঠ হব।” তাই বোধহয় এতিয়ালৈকে এই বাৰৰ সৈতে দহ বাৰ মান মাতিলে । কিন্ত জাভাৰাই […]