কবিতাঃ বন্ধু / গুলজাৰ
বন্ধু মূল ( হিন্দী ) : গুলজাৰ অসমীয়া ভাঙনি : মিণ্টুল হাজৰিকা নিঃসহায় বন্ধুহীনভাৱে গোটেই দিনটো কটাইছোঁ নিজৰ ওচৰত কিছু অচিনাকি আছিলোঁ কিছু বিষণ্ণ, অকলশৰীয়া গোটেই দিনটো সাগৰৰ পাৰত অহিবাহিত কৰি আকৌ উভতি আহিলোঁ তালৈকে নিৰ্জন বাটৰ দাঁতিত থকা খালী ঘৰটোলৈকে দুৱাৰ খোলাৰ লগে লগে মেজৰ ওপৰত থোৱা কিতাপে কোমল মাতেৰে খৰখৰকৈ ক’লে : পলম কৰিলা […]
গল্পঃ সুৰা বিপনীৰ অৰ্জন / ষ্টান আগেইৰা
সুৰা বিপনীৰ অৰ্জন মূল (ইংৰাজী): ষ্টান আগেইৰা (Stan Ageira) অনুবাদ: ধ্ৰুৱ শইকীয়া স্কুলৰ গাতে লগাকৈ চিৰাগৰ ককায়েক কেতনৰ ঘৰটো। গেটখন খুলি চিৰাগ সোমাই গ’ল। শিকলিৰে বান্ধি থোৱা কুকুৰটো ভূকি ভূকি যিমানখিনি পাৰে আগুৱাই আহিল। চিৰাগ আজি প্ৰায় এবছৰৰ মূৰত ইয়ালৈ আহিছে। সেয়ে কুকুৰটোৱে চিনি পোৱা নাই। চিৰাগে হাতখন ডাঙি এঠাইতে অলপ সময় ৰৈ থাকিল, তাৰ […]
কবিতাঃ ৰেখা হে সেইবোৰ/ গুলজাৰ
ৰেখা হে সেইবোৰ মূলঃ গুলজাৰ অসমীয়া ভাঙনিঃ বাপুকণ চৌধুৰী ৰেখা হে সেইবোৰ; থাকিব দিয়া তেনেকৈয়ে হয়তো কিছুমান অভিমানী মনে কৰিছিল আঁক বাঁক !!!! আহা ছোন কাবাডী খেলোগৈ সেই ৰেখাৰে বনোৱা ঘৰবোৰত !!!! ৰেখা হে সেইবোৰ; থাকিব দিয়া তেনেকৈয়ে•••••• মোৰ ঘৰলৈ আহা, মোক উচতাই লোৱা মোৰ হাত তোমাৰ হাতেৰে স্পৰ্শ কৰি যিমান […]
ঐতিহাসিক বক্তৃতাঃ লাহোৰ উচ্চ ন্যায়ালয় ছহিদ ভগত সিঙৰ বক্তব্য
লাহোৰ হাইক’ৰ্টত ছহিদ ভগত সিঙৰ বক্তব্য অনুবাদ- জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয় মহামান্য হে মহামহিম, আমি উকীলো নহওঁ, ইংৰাজী ভাষাৰ পণ্ডিতো নহওঁ, শৈক্ষিক উপাধি একোটাৰো অধিকাৰী নহওঁ। সেয়েহে মহোদয়ে যাতে আমাৰ পৰা আলংকাৰিক ভাষণ এটাৰ আশা নাৰাখে। গতিকে ভাষাগত ভুলৰ সলনি যাতে মিনতিৰ সাৰমৰ্মত গুৰুত্ব আৰোপ কৰা হয়,তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। বাকীবোৰ বিষয় অধিবক্তাসকললৈ এৰি […]
গল্পঃ মাটিৰ ওপৰৰ নাওঁবোৰ/ জেনিচ পাৰিয়াট
মাটিৰ ওপৰৰ নাওঁবোৰ মূলঃ জেনিচ পাৰিয়াট অনুবাদ: অৱনী বুঢ়াগোহাঁই । নৈখনলৈ আমি দুয়ো যিমান বাৰ গৈছো, সেইখিনি হিচাব কৰিলেই মই গম পাওঁ আমি দুয়ো কিমান দিন একেলগে আছিলো । চৌদ্ধ দিনৰ ভিতৰত দহ দিন । সেয়া বৰ বেছি দীঘলীয়া বুলি কব পৰা নাযায় […]
শ্ৰীজাতৰ দুটি কবিতা
শ্ৰীজাতৰ দুটি কবিতা অনুবাদ : পংকজ কুমাৰ নেওগ মূল: আমি ভালো নেই আই, মই নৰিয়াপাটিত আই, মই এতিয়া নৰিয়া পাটিত কথাটো তোক জনাওঁ বুলিয়েই আছিলোঁ; কিন্তু কিয় জানো কুণ্ঠা বোধ হ’ল; মই যে তোক কাহানিও সোধা নাই, “আই, তই কেনে আছ” বুলি । আজন্ম তোৰ চেনেহবোৰ লভি পোৱাৰ অভ্যাস চোন মোৰ বাবে হৈ পৰিছে […]
গল্পঃ আঁচোৰ/ সমৰেশ মজুমদাৰ
আঁচোৰ মূল গল্প : আঁচড় সমৰেশ মজুমদাৰ অনুবাদ : মুনমুন সৰকাৰ শইকীয়া দিন দুপৰতেই ঘৰখন ভূতবাংলাৰ দৰে লাগে। এই আবাসস্থলৰ শেষ বাসিন্দা হৰশংকৰ ৰয়। দুপৰীয়া চিঠি এখন পঢ়ি আছিল। বৰ্ধমানৰ জীবনবাবুৱে লিখা, আপোনাৰ ছোৱালীজনী আমাৰ ভাল লাগিছিল। পছন্দ কৰিছিলোঁ। কিন্তু তাই যদি বিয়া নবহো বুলি সিদ্ধান্ত লৈয়েই পেলাইছিল তাক মাতি নি ইমান খিনি অপমান নকৰাহেঁতেনো হ‘ল হয়! […]
আফগানিস্তানৰ কবি ‘নাদিয়া অঞ্জুমন’ৰ চাৰিটা কবিতা
আফগানিস্তানৰ কবি ‘নাদিয়া অঞ্জুমন‘ৰ চাৰিটা কবিতামূল: নাদিয়া অঞ্জুমন অসমীয়া ভাঙনি: ৰুবুল দাস (১) মোৰ হৃদয়ৰ ক্ৰন্দন মোৰ হৃদয়ৰ ক্ৰন্দন জিলিকে কোনোবা তৰাৰ দৰে । আৰু মোৰ উৰণৰ পখীয়ে চুৱে আকাশক । (২) কোন ডকাইতে এয়া কোন ডকাইতে তোমাৰ সপোনৰ বিশুদ্ধ সোনৰ মূৰ্তিটোক এই ভীষণ ধুমুহাত লুটি নিলে ? (৩) মই কপাহ নহওঁ মই কোনো কপাহৰ […]
Poetry: Verses of Independence/ Kukil Saikia
Verses of IndependenceOriginal: Kukil Saikia (Translated by A. D. Konwar) The rope on which your flag of freedom unfurls Is the one on which hangs your skint farmers. From Jallianwala to Bogidhala, From Lord Dalhousie to Modi, Blood drizzles onto this valley, Oppression and Treachery – The clouds that hang over; What do we call […]
বক্তৃতাঃ তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম / সুভাস চন্দ্ৰ বসু
সুভাস চন্দ্ৰ বসুৰ ভাষণ অনুবাদঃ কৃষ্ণা দাস (নেতাজীয়ে এই ভাষণটো ১৯৪৪ ত বাৰ্মাৰ ইণ্ডিয়ান নেচনেল আৰ্মীত প্ৰদান কৰিছিল।) বন্ধুসকল, বাৰ মাহৰ আগতে পূৱ এছিয়াত ভাৰতীয়সকলৰ সন্মুখত ‘সম্পূৰ্ণ সৈন্য সংগঠন’ বা ‘অধিক বলিদান’ ৰ কাৰ্যসূচী কৰা হৈছিল। আজি মই আপোনালোকক যোৱা বছৰৰ আমাৰ উপলব্ধিৰ হিচাপ দিম আৰু আহিবলগীয়া বছৰৰ আমাৰ ইচ্ছা আপোনালোকৰ সন্মুখত দাঙি ধৰিম। […]