কবিতাঃ সমুদ্ৰৰ স’তে মানুহজন / চাৰ্লছ ব’ডলেয়াৰ
সমুদ্ৰৰ স‘তে মানুহজনমূলঃ চাৰ্লচ ব‘ডলেয়াৰঅসমীয়া ভাঙনিঃ অপৰাজিতা গগৈ মুক্ত মানুহ ! সাগৰৰ প্ৰতি তোমাৰ প্ৰেম অসীম ই তোমাৰ দাপোণ ইয়াতেই তোমাৰ আত্মাক লালন কৰা কেনে সীমাহীন, উন্মুক্ত ইয়াৰ প্ৰচণ্ড ঢৌবোৰ তোমাৰ আত্মাই দুখত ডুবিও সেই গভীৰতাক চুব খোজে ! অন্তৰৰ গভীৰতম প্ৰদেশত তুমি আনন্দ লভা দুচকু আৰু হৃদয়ৰ গভীৰতাৰে সৌন্দৰ্য মন্থন কৰা কেতিয়াবা মনে আওকাণ […]
গল্পঃ দুশ সত্তৰকোটি হৃদস্পন্দন / অমৃতা প্ৰীতম
দুশ সত্তৰকোটি হৃদস্পন্দন মূলঃ অমৃতা প্ৰীতমঅনুবাদঃ অপৰাজিতা গগৈ অৱশেষত সুৰেখাই মংগলসূত্ৰডাল ডিঙিৰ পৰা খুলি পেলালে ।তাইৰ উশাহ -নিশাহ ইমানেই ঘন হ‘ল যে অলপ পাছতে যেন ই বন্ধ হৈ যাব! সুৰেখাই এজন তিব্বতী লামাই কৰবাত লিখা কথা এটা মনত পেলালে। তেওঁ লিখিছিল যে যদি এটা তৰাৰ কম্পন দুশসত্তৰ কোটিৰ ওচৰ চাপে তেতিয়া ই মৃত হৈ তললৈ খহি […]
কবিতাঃ সকলোবোৰ আমাৰ নাইবা কাৰোৱেই নহয় / বাৰ্টল্ট ব্ৰেখট্
সকলোবোৰ আমাৰ নাইবা কাৰোৱেই নহয়মূল: ALL OF US OR NONE(From Svenborger Gedichte)কবি: বাৰ্টল্ট ব্ৰেখট্অনুবাদ: কিশোৰ দাস দাসসকলেই সেইসকল লোক যিয়ে তোমাক মুক্ত কৰিব যিসকলে পৰি আছে গভীৰ অন্ধকূপত সহযোদ্ধা, সেইসকলে কেৱল দেখা পাব তোমাক তেওঁলোকেহে কেৱল শুনিবলৈ পাব তোমাৰ কান্দোন সহযোদ্ধা, কেৱল দাসসকলেহে মুক্ত কৰিব তোমাক সকলোবোৰ নাইবা একোৱেই নহয় সকলোবোৰ আমাৰ নাইবা কাৰোৱেই নহয় […]
কবিতাঃ পৰিচয়পত্র / মাহমুদ দাৰবিছ
পৰিচয়পত্র মূলঃ মাহমুদ দাৰবিছ অসমীয়া ভাঙনিঃ চৈয়দ আহমেদ শ্বাহ (পেলেস্টাইনৰ জাতীয় কবি মাহমুদ দাৰবিছৰ বিশ্ববিখ্যাত কবিতা Identity Card ৰ অসমীয়া অনুবাদ। এখন বিশেষ দেশ আৰু বিশেষ জাতিৰ মুক্তি সংগ্রামৰ পটভূমিত ৰচিত হলেও ইয়াৰ মানবীয় আবেদনৰ সাৰ্বজনীনতাৰ বাবে এই কবিতাটিয়ে বিশ্বজুৰি সমাদৰ লাভ কৰিছিল।) লিখা… মই এজন আৰব; পৰিচয়পত্রৰ ক্রমিক নম্বৰ পঞ্চাচ হাজাৰ। […]
গল্পঃ বাজী / এণ্টন চেখভ
বাজী মূলঃ এণ্টন চেখভ অনুবাদঃ যতীন্দ্ৰ চৌধুৰী শৰৎ কালৰ এক গোমা নিশা। পোন্ধৰ বছৰ আগতে তেওঁ দিয়া এটা পাৰ্টীৰ কথা সুঁৱৰি, বয়সস্থ বেঙ্কাৰজনে, নিজৰ পঢ়া কোঠালিৰ ইটো চুকৰ পৰা সিটো চুকলৈ পায়চাৰি কৰি আছিল। বহুতো চতুৰ মানুহ পাৰ্টীটোত গোট খাইছিল আৰু যথেষ্ট আকৰ্ষণীয় কথা বতৰাও চলিছিল। তেওঁলোকে আলোচনা কৰা বিষয় সমূহৰ এটা আছিল মৃত্যুদণ্ড। […]
কবিতাঃ মানুহৰ কথা ভাবি / পূৰ্ণেন্দু পত্ৰী
মানুহৰ কথা ভাবি (মানুষেৰ কথা ভেবে) মূল বাংলাঃ পূৰ্ণেন্দু পত্ৰী অসমীয়া ভাঙনিঃ নিবেদিতা ফুকন মানুহৰ কথা ভাবিয়ে গছবোৰ বাঢ়ে, উৰ্ধমুখী হয়৷ মানুহৰ সমাজৰ ধুৰন্ধৰ কাণ্ড-কাৰখানা দেখি দেখি মানুহৰ স্বভাৱৰ দুৰ্ভিক্ষ মাৰিমৰক দেখি দেখি মানুহৰ চেতনাত কাৰোবাৰ খৰ্গৰ আঘাত দেখি দেখি অবোধ শিশুৰ দৰেই গছবোৰে বহু প্ৰশ্নৰে নিজকে বিদীৰ্ণ কৰিছিল৷ ভীষণ লজ্জাত গছবোৰ দোঁ খাই পৰিছিল৷ […]
গল্পঃ কুং-ই-চি / লু চুন [চীন]
কুং–ই–চি মূল গল্প : Kung I-Chi মূল লেখক : লু চুন [চীন] অনুবাদ : ৰশ্মিৰেখা গগৈ লাচেনত থকা পান্থশালাবোৰ চীনৰ আন ঠাইৰ দৰে নহয়৷ ইয়াৰ পান্থশালাবোৰত ৰাস্তাৰ ফালে নব্বৈ ডিগ্ৰী কোণত মুখ কৰি একোটাকৈ কাউণ্টাৰ আছে য’ত সুৰা তপতাবৰ বাবে গৰম পানীৰ ব্যৱস্থা আছে৷ মানুহবোৰে দুপৰীয়া আৰু গধূলি কামৰপৰা উভটি আহি একো পিয়লা […]
কবিতা : প্ৰথমটি টোপাল / পহলী বুন্দ।
অনূদিত শিশু কবিতা প্ৰথমটি টোপাল মূল(হিন্দী) – পহলী বুন্দ। কবি – গোপাল কৃষ্ণ কৌল। অনুবাদ – গায়ত্ৰী দেৱী বৰঠাকুৰ । বৰ্ষাৰ প্ৰথমটি দিন । বৰষুণৰ প্ৰথম টোপালটি ধৰাত পৰিল।। নৱ-জীৱনৰ এঙামূৰিৰে। পৃথিৱী গজালিৰে ভৰিল ।। পৃথিৱীৰ শুকান অধৰত, বৰষুণৰ অমিয় টোপাল পৰিল আহি । বসুন্ধৰাৰ ৰোমাৱলী সদৃশ সেউজী দুৱৰিৰ আনন্দৰ মিচিকীয়া হাঁহি । আকাশত উৰি- […]
DESCRIBING BORDOWA SHRINE
DESCRIBING BORDOWA SHRINE Original Assamese (old) by Purushuttam Das Translated by Dr Bipul Baruah Art by Kalaguru Bishnu Prasad Rabha Triumph and Victory to the gateway of Vaikunth , The Bratadrawa shrine, At that very site our utmost own Guru Like the Sun has risen to shine. At that very site Guru has devotedly Established […]
কবিতাঃ প্ৰকৃতি বিমুখ/ উলিয়াম ৱৰ্ডৰথ
প্ৰকৃতি বিমুখ মূল কবিতাঃ The World is Too Much With Us মূলঃ উলিয়াম ৱৰ্ডৰথ ভাঙনি:- দুলুমণি গগৈ ভোগবাদত জৰ্জৰ মন ; পলমেই বা ত্বৰিত, আয় বা ব্যয়, ধন ধন কৰি গুণৰ অপচয়; বিনন্দীয়া প্ৰকৃতিৰ ৰূপত হিয়া মুগ্ধ নহয় পতিত আত্মাৰ ছন্দ ভোগস্পৃহা আশিষ স্খলিত ! বিশাল সাগৰ উদং বক্ষ জোনলৈ প্ৰসাৰিত , অহৰহ গৰ্জনেৰে ৰূদ্ৰপবনে ধৰণী […]