গল্প : বিষফুল / সত্যজিৎ ৰায়
বিষফুল মূল(বঙালী) : সত্যজিত ৰায় অনুবাদ : ৰঞ্জনা দত্ত “ সেইফালে নেযাব বাবু” জগন্ময়বাবু উচপ খাই উঠিল। তেওঁৰ ওচৰে পাজৰে অন্য কোনোবা আছিল বুলি তেওঁ গম পোৱা নাছিল বাবেই এইদৰে চক খাব লগা হ’ল। তেওঁৰ সোঁহাতে দহ হাত মান দুৰত তেৰ চৈধ্য বছৰ বয়সৰ ল’ৰা এটা থিয় হৈ থকা দেখিবলৈ পালে। তাৰ পিন্ধনত এটা […]
কবিতাঃ নাৰী / ৰমাশংকৰ যাদৱ (বিদ্ৰোহী)
নাৰী (औरतें) মূলঃ ৰমাশংকৰ যাদৱ (বিদ্ৰোহী) অসমীয়া ভাঙনিঃ মুনমুন সৰকাৰ শইকীয়া কিছুসংখ্যক মহিলাই নিজৰ ইচ্ছানুসৰি নাদত জাপমাৰি প্ৰাণ দিছিল পুলিচৰ নথিত উল্লেখ আছে। আৰু কিছুসংখ্যক মহিলাই নিজ ইচ্ছানুসৰি চিতাৰ জুইত আত্মজাহ দিছিল ধৰ্মীয় কিতাপবোৰত লিখা আছে। মই কবি, মই কৰ্তা কিহৰ ইমান লৰালৰি এদিন মই পুলিচ আৰু পুৰোহিত দুয়োকে মহিলাৰ আদালতলৈ মাতি পঠিয়াম। আৰু আন সকলো […]
Story : Melting Heart / Juri Baruah
Melting Heart Original (Assamese) : Juri Baruah Translated by Mahesh Deka Rahmat Ali offered me a plateful of sweets –muri laddoos (balls of puffed rice stuck together with sticky jaggery). As I leaned forward to pick up the cup of tea from the table, my eyes strayed to land on a few old issues of […]
Story: Tengani, 2017 / Panchanan Hazarika
Tengani, 2017 Original- Panchanan Hazarika Translation-Archana Gita Saikia Chandan was the man, who talked to me about Tengani the most. It was more about the villages, people, the unhealed huts and about the toilets, ragged with navy blue. The shrubs of […]
গল্পঃ গছবোৰ / ফ্ৰানজ কাফকা
গছবোৰ মূলঃ ফ্ৰানজ কাফকা অনুবাদঃ জ্যোতিশিখা দত্ত আমাৰ বাবে বৰফত থকা স্কন্ধৰ নিছিনা । দেখাত লাগে সিহঁত মসৃণ হৈ পৰি আছে আৰু এটা সৰু ঠেলা সিঁহত ঘূৰ্ণমান হবলৈ যথেষ্ট হব । নহয়, সেইটো কৰিব নোৱাৰি, সিহঁত ভূমিৰ লগত দৃঢ়ভাৱে যুক্ত হৈ আছে । কিন্তু চোৱা, আনকি সেইটোও দেখাত হে লাগে ।
কবিতাঃ পৰিচয় / অমৃতা প্ৰীতম
পৰিচয়মূলঃ অমৃতা প্ৰীতমঅনুবাদঃ পৰিমালা কোঁৱৰ তোমাক যদি কোনোবা জনমত লগ পাওঁ মোৰ সিৰাই সিৰাই কঁপনি উঠিব যেতিয়া তোমাৰ উশাহে মোৰ উশাহক চুমিব তেতিয়া মগজুত সময় উভতিব বব এটা গুহা আছিল তাত মই আৰু এজন সন্যাসী আছিলোঁ সন্যাসীজনে মোক তেওঁৰ দুবাহুত লৈ মোৰ উশাহক চুমিছিল ঈশ্বৰৰ শপত ! তেওঁৰ ওঁঠৰ পৰা ওলোৱা সেই সুবাসত কি মায়াৰ […]
কবিতাঃ সোণৰ নৌকাখনি / ৰবীন্দ্ৰনাথ ঠাকুৰ
সোণৰ নৌকাখনিমূলঃ ৰবীন্দ্ৰনাথ ঠাকুৰঅসমীয়া ভাঙনিঃ বিপুল বৰুৱা আকাশ জুৰি মেঘে আছে গৰজি, ঘন বৰষুণ ৷ পাৰত অকলে আছোঁ,ভাৰসা ৰাখিবলৈ কোনো নায়েই দেখোন ৷ ডাঙৰিয়ে ডাঙৰিয়ে থোকভৰা দোৱা হ’ল ধান গোটেই কেইডৰা ইফালে নৈখন দোকোলটকা থৌকিবাথৌ খৰসোঁতা ৷ ধান দাই থাকোঁতেই পালেহি বাৰিষা ৷ অলপীয়া খেতিখোলা তাতে অকলশৰীয়া চৌদিশে বানৰ খেলাই কৰিছে জ্বলাকলা ৷ সিপাৰ […]
Poem: Our Country / Ganesh Gogoi
Our Country Original: Ganesh Gogoi translated by Bipul Baruah One day upon the lap of which we were born Get brought up on the back of which Air, water, cereals, fruits and roots of which Have been inborn consumers long since This land is always mine always ours We have got the right to think […]
কবিতাঃ এটা অকবিতা / তচলিমা নাচৰিণ
এটা অকবিতা মূল : তচলিমা নাচৰিণ ভাষান্তৰ : মুনমুন সৰকাৰ শইকীয়া মোৰ মা ঢুকোৱাৰ পৰত , ৰাতিপুৱা গা পা ধুই, কাপোৰ কানি আৰু জোতা পিন্ধি ঘৰৰ পৰা ওলাই গৈছিল দেউতা, দীৰ্ঘদিনীয়া অভ্যাস।পুৱাৰ আহাৰত ডাঙৰদাই ঘিউত ভজা ছখন পৰঠাৰ সৈতে খাহীৰ মাংস খাইছিল, বাকীবোৰ আহাৰ মুখৰোচক নহয় তাৰ মতে। সৰুদাই ছোৱালী এজনীৰ বুকুত, মুখত হাত বুলাই […]
কবিতাঃ য’ত সকলোবোৰেই সংগীত/ জালালুদ্দিন ৰুমী
য‘ত সকলোবোৰেই সংগীত (Where Everything is Music)মূলঃ জালালুদ্দিন ৰুমীঅসমীয়া ভাঙনিঃ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী এই গীতবোৰ বচোৱাকলৈ উদ্বিগ্ন ন‘হবা! বাদ্যবোৰৰ কোনোবা এটা ভাঙিও যায় যদি, চিন্তা নকৰিবা। আমি এনে এখন ঠাইত নিজকে পাইছোঁ য‘ত সকলোবোৰেই সংগীত। বাজানাৰ ধ্বনি আৰু বাঁহীৰ সুৰ আলাসত ভাহি উঠে, যদি কেনেবাকৈ অগ্নিদগ্ধ হৈয়ো যায় জগতৰ সমস্ত বাদ্যযন্ত্ৰ, তেতিয়াও […]