শিক্ষক (ৰাছিয়ান কবিতা)

 শিক্ষক   (মূল ৰুছ: Schoolmaster, য়েভগেনি আলেক্সাণ্ডাৰভিচ য়েভটুশেঙ্কো ইংৰাজী অনুবাদ: ৰবিন মিলনাৰ-গুলেণ্ড আৰু পিটাৰ লেভি অসমীয়া অনুবাদ: এপ’লো খাটনিয়াৰ) অনুবাদকক আপোনাৰ সহায়ৰ প্ৰয়োজনঃ   খিৰিকিৰে দেখা যায় শুকুলা গছকেইডাল৷ শিক্ষকজনে ইয়াৰে চাই পঠিয়াই সিহঁতলৈ, সুদীৰ্ঘ সময় তেখেত স্থিৰ হৈ চাই থাকে তেওঁৰ দৃষ্টি নিবদ্ধ খিৰিকিৰ বাহিৰৰ গছকেইডালত, এহাতৰ চক-পেঞ্চিলডাল লাহেকৈ ভাঙি, দিঘলীয়া বিভাজনৰ একমাত্ৰ নিয়মটো, […]

ইন্টাৰকোৰ্চ (প্ৰথম অংশ)

  ইন্টাৰকোৰ্চ মূলঃ আন্দ্ৰিয়া ডউকৰিন অনুবাদঃ নিকু দুৱৰা (উৎসৰ্গাঃ অনাস্মিতা, ইমান দিনে মোৰ পাগলামীবোৰ সহ্য কৰি থকাটোও এটা কম কথা নহয়। তোৰ হাতত মৰমেৰে—) (বিশেষ ধন্যবাদঃ হৰ্ষবৰ্ধন। তোৰ পৰা কিতাপখন কেতিয়াবাই আনি ঘূৰাই দিয়াৰ পৰিৱৰ্তে অনুবাদ কৰিবলৈহে লাগিছোঁ।) প্ৰথম খণ্ড বিকৰ্ষণ (Repulsion)   দুটাকৈ ৰোগীয়া সন্তানৰ মাতৃ পঁচিশ বছৰীয়া আলমা মেহেৰে ক্ৰমে নিজৰ বিয়াখনক লৈ […]

অসমীয়া জাতীয় বিকাশ আৰু অনুবাদৰ প্ৰয়োজনীয়তাঃ ‘অনুবাদক’ৰ দুবছৰীয়া বৰ্ণিল যাত্ৰা

  অসমীয়া জাতীয় বিকাশ আৰু অনুবাদৰ প্ৰয়োজনীয়তাঃ ‘অনুবাদক’ৰ দুবছৰীয়া বৰ্ণিল যাত্ৰা   এটা জাতিৰ চিন্তা-চেতনাৰ বিকাশৰ প্ৰক্ৰিয়াটোৰ সৈতে বহুকেইটা কাৰক জড়িত হৈ থাকে। এই কাৰকসমূহৰ ভিতৰত জাতীয় সাহিত্যও অন্যতম। জাতীয় সাহিত্যৰ গতিধাৰাই এটা জাতিৰ চিন্তনৰ পৰ্যায় আৰু জাতিটোৰ ভৱিষ্যতৰ সম্পৰ্কেও আঙুলিয়াই দিয়ে। এইকনতে প্ৰশ্ন হ’ব পাৰে যে সাধাৰণ সাহিত্য আৰু জাতীয় সাহিত্য দুটা পৃথক ধাৰণা […]

অসমীয়া অনুবাদ কবিতা। ভাস্ক প’পাৰ কবিতা। মানসী গগৈ। আমাৰ মাজত অনেক ব্যৱধান

 আমাৰ মাজত অনেক ব্যৱধান মূলঃ ভাস্ক প’পা অনুবাদঃ মানসী গগৈ   ১ আমি হাত দাঙিলে বাটটো বগুৱা বাই আকাশলৈ আমি আমাৰ চকু নমালে মূধচটো নামি আহে পৃথিৱীলৈ   প্ৰতিটো যন্ত্ৰণাৰ আঁতৰত যি আমি কোৱা নাই এজোপা নাহৰ গছ বাঢ়ি ওখ হ’ল যি আমাৰ অলক্ষিতে ৰ’ল   প্ৰতিটো আশাৰ পৰা দূৰৈত আমি লালন কৰো যাক সাৰ […]

A few poems of Himangshu Prasad Das

  Five Poems by Himangshu Prasad Das Translated by Looky P Deka   Fire   Fire! He was crying loud. Even seeing the devouring blaze I didn’t go and doused some water. No one did. It was his house that was burning, not us.   Alone, He couldn’t quench the thirst of the fire   Now, […]

ৰুডয়াৰ্ড কিপলিঙৰ অসমীয়া অনুবাদ / যশোৱন্ত নিপুণ

যদি মূল: ৰুডয়াৰ্ড কিপলিং অনুবাদঃ যশোৱন্ত নিপুণ   যদি তুমি মস্তিষ্ক শীতল কৰি ৰাখা যেতিয়া তোমাৰ চাৰিওফালৰ সকলোৱেই সিহঁতৰ চেতনা হেৰুৱাইছে আৰু তাৰ বাবে তোমাকেই দোষাৰোপ কৰিছে; যদি তুমি নিজকে বিশ্বাস কৰা যেতিয়া সকলোৱে তোমাক সন্দেহ কৰে, কিন্তু সিহঁতক সন্দেহ কৰাৰ সুবিধাকণো তুমি দিয়া : যদি তুমি অপেক্ষা কৰিব পাৰা আৰু অপেক্ষাৰে ভাগৰি নপৰা, তোমাক […]

মোৰ নাম ভাৰতবৰ্ষ/ অমিতাভ দাশগুপ্ত

 মোৰ নাম ভাৰতবৰ্ষ মূল : বাংলাকবি : অমিতাভ দাশগুপ্তভাঙনি : প্ৰদীপ কুমাৰ সন্দিকৈ   ষ্টেনগানৰ  কেইবাজাঁই বুলেটে থকা-সৰকা কৰা মোৰ বুকুৰ ওপৰত জিলিকি উঠিছে যি মানচিত্ৰ তাৰ নাম ভাৰতবৰ্ষ।   মোৰ প্ৰতি টোপাল শোণিতেৰে চাহ-বাগান , কফি-খেতি কয়লা-খনি  , পাহাৰ-ভৈয়াম-অৰণ্যত খোদিত কৰা হৈছে যি ভালপোৱাৰ ছবি তাৰ নাম ভাৰতবৰ্ষ।   মোৰ চকুৰ লোটক আৰু হাড়ৰ ফচফেটে […]

Assamese poem by Revered poet Nabakanta Baruah

 Here prevailed a River Assamese poem by Revered poet Nabakanta Baruah English translation by Dr Bipul Kumar Baruah. Demeanor of paddy-field I have witnessed, where floody river is culprit Have seen the scene of burial of Offsprings of harvests done by slits. Have heard the soothing elegy of graveyard abandoned by Flood of Indus after […]

গল্পঃ আন এজনী চবিনা / ড০ উষা যাদব

 আন এজনী চবিনা  মূল (হিন্দী): ড০ উষা যাদব        অনুবাদ : ড০ মনিকা শইকীয়া       শেষত যোৱাটো ৰবিবাৰে চবিনা মৰি থাকিল৷ নহয়, তাইৰ মৃত্যু ঘটিছিল দুবছৰৰ আগতেই, যেতিয়া তেৰ বছৰীয়া মৰমলগা ছোৱালীজনীক ঘৰৰ মানুহবোৰৰ অত্যাচাৰে মানসিক ভাবে হতাশ কৰি তুলিছিল৷        আৰম্ভণি ঘটিছিল বোৰ্খাতে৷        -“তোমাৰ কাৰণে এইটো বোৰ্খা কেনেকুৱা হ’ব চবু?” […]

উড়িয়া গল্পৰ অসমীয়া অনুবাদ / মুচিক : এক প্ৰেম কথা

 মুচিক : এক প্ৰেম কথা মূল (উড়িয়া) : শশাংক প্ৰিয়সখা অনূবাদ: নৱকুমাৰ মিশ্ৰ     আটাইয়ে নিদ্ৰামগ্ন হোৱাৰ পিছত নিস্তব্ধতাই আৱৰি ৰখা গভীৰ নিশাবোৰত উজাগৰে থাকি আমি কবি-লেখকসকলে চিত্ৰকল্প, প্ৰতীক, ৰূপক, প্ৰতিচ্ছবি আদি বিচাৰি ফুৰোঁ। নিশা উজাগৰে কটাই এই বিচাৰি ফুৰা অভ্যাসটোৰ বাবে মই গেংটকত থকা সময়চোৱাত কেবাবাৰো সমস্যাত পৰিবলগীয়া হৈছিলোঁ। সেই শীতপ্ৰধান পাহাৰীয়া জনবসতিপূৰ্ণ […]