কবিতাঃ পৃথিৱী

Posted by : translator
May 21, 2020

পৃথিৱী

মূল কবিতাঃ Earth
কবিঃ John
Hall Wheelock
অসমীয়া ভাঙনিঃ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী
গ্ৰহ এটা নিজে নিজে সশব্দে বিধ্বস্ত হৈ নাযায়”,
আকাশলৈ চাই মংগল গ্ৰহৰ
জ্যোতিৰ্বিদজনে নিৰসভাৱে ক
লে,
এনে কাম কৰিবলৈ তেওঁলোক যে সক্ষম হৈছিল
 সিয়েই প্ৰমাণ কৰে,
তাত নিশ্চয়কৈ অতি বুদ্ধিমান
প্ৰাণীয়ে বাস কৰিছিল!”

Popular Post

ঐতিহাসিক চিঠি