অসমীয়া অনুবাদ কবিতাঃ মই যি ক’লো
সকলো উঠাই ল’ব খোজোঁ
সকলো উঠাই ল’ব খোজোঁ
মূল কবিঃ
নিকানোৰ পাৰৰা
নিকানোৰ পাৰৰা
ইংৰাজী অনুবাদঃ
মিলা উইলিয়ামছ
মিলা উইলিয়ামছ
অসমীয়া ভাঙনিঃ কোকিল
শইকীয়া
শইকীয়া
গুচি যোৱাৰ
আগেয়ে
আগেয়ে
মোৰ এটা ঈচ্ছাপূৰণৰ
বাসনা আছে
বাসনা আছে
প্ৰিয়, পাঠক,
মই যি লিখিব
খুজিছিলোঁ , ইয়াত
সেইবোৰ মুঠেও নাই
খুজিছিলোঁ , ইয়াত
সেইবোৰ মুঠেও নাই
যদিও এইবোৰ
তেজেৰেই লিখিছিলোঁ
তেজেৰেই লিখিছিলোঁ
কিন্তু মই যি
লিখিব খুজিছিলোঁ
লিখিব খুজিছিলোঁ
সেইবোৰ এয়া নহয়
মোতকৈ আৰু কোনে
বেছিকৈ বহন কৰিব পাৰিব পাৰে বিষাদ
বেছিকৈ বহন কৰিব পাৰিব পাৰে বিষাদ
মই মোৰ ছায়াৰ
পৰা ছিন্নমূল হৈ পৰিছোঁ
পৰা ছিন্নমূল হৈ পৰিছোঁ
মোৰ শব্দবোৰে
মোৰ ওপৰত প্ৰতিশোধ লৈছে
মোৰ ওপৰত প্ৰতিশোধ লৈছে
ক্ষমা কৰিব
প্ৰিয় পাঠক
প্ৰিয় পাঠক
যদিও মই আপোনাক
বিদায় জনাৱাতো কষ্টকৰ হ’ব
বিদায় জনাৱাতো কষ্টকৰ হ’ব
তথাপি
এটা উষ্ণ
আলিংগনেৰে
আলিংগনেৰে
আপোনাক এটা
শেঁতা পৰা বিষণ্ন হাঁহিৰে বিদায় জনাম
শেঁতা পৰা বিষণ্ন হাঁহিৰে বিদায় জনাম
হয়তো এই
সকলোবোৰ কবিতা ময়েই
সকলোবোৰ কবিতা ময়েই
কিন্তু শেষত
এটা কথা কৈ যাওঁ শুনক-
এটা কথা কৈ যাওঁ শুনক-
মই সেই সকলোবোৰ
কথা উঠাই ল’ব খোজোঁ
কথা উঠাই ল’ব খোজোঁ
য’ত মই এখন
বিষণ্ন পৃথিৱীৰ কথা কৈছিলোঁ
বিষণ্ন পৃথিৱীৰ কথা কৈছিলোঁ
প্ৰিয় পাঠক, মই যি ক’লোঁ সকলোবোৰ উঠাই ল’ব খোজো
(সম্পাদকৰ
টোকাঃ নিকানোৰ পাৰৰা – নেৰুদাৰ পিছত চিলিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কবিসকলৰ এজন হৈছে
নিকানোৰ পাৰৰা । তেওঁ এগৰাকী গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী হিচাপেও খ্যাতি লাভ
কৰিছিল । উৎকৃষ্ট কাব্যৰ স্বাদ আৰু বৈভৱ ভংগ কৰা বুলি ভাবি তেওঁ নিজকে প্ৰতিকবি (Anti-poet) বুলি কৈছিল। পিছত তেওঁ কৈ থৈ গ’ল
– “Me retracto de todo lo
dicho” (“I take back everything I said”). ১৯১৪ চনত জন্ম হোৱা পাৰৰাই ২০১৮
চনত ১০৩ বছৰীয়া জীৱন ত্যাগ কৰে ।)

(অসমীয়া অনুবাদ কবিতা)