কবিতাঃ জুই আৰু বৰফ / ৰবাৰ্ট ফ্ৰষ্ট

Posted by : translatorsassam
June 14, 2020

জুই আৰু বৰফ (Fire and Ice)

মূলঃ ৰবাৰ্ট ফ্ৰষ্ট

অসমীয়া ভাঙনিঃ বাৎসায়ন

 

কোনোবাই
কয় এই পৃথিৱী শেষ হ
ব জুইত
কোনোবাই কয় বৰফত৷
ত মই লোভত লালায়িত হলো
সাৱতিলো জুইৰ পৃষ্ঠপোষকক৷
কিন্তু যদিও দুয়োটাই ঘাটক,
মই চিনি পালো সিমানখিনি বিতৃষ্ণাক
যি কয় বৰফৰ ধবংসই পৰ্যাপ্ত আৰু মহৎ৷

Popular Post

ঐতিহাসিক চিঠি