ড০ ভীমৰাও অম্বেদকাৰৰ চিঠি

Posted by : translatorsassam
July 4, 2020

ভীমৰাও অম্বেদকাৰৰ চিঠি
অনুবাদঃ পৰিনীতা দেৱী





প্ৰতি                                                                   
উলিয়াম এডগাৰ বোৰ্গহাৰ্থ                                               
ইউনিভাৰ্চিটি অৱ এটলানন্টা    



ৰাজগড়, হিন্দু কলনি    
বোম্বে – ১৪   
                 

যদিও মই আপোনাক ব্যাক্তিগতভাৱে লগ পোৱা নাই মই আপোনাক জানো যেনেকৈ প্ৰত্যেকেই জানে এজন নিৰ্যাতিত মানুহৰ স্বাধীনতাৰ হকে কাম কৰি যোৱা ব্যক্তি হিচাপে মই হলো ভাৰতৰ অস্পৃশ্য জাতিৰ এজন, আনহাতে আপুনিও মোৰ নাম জানিব লাগে মই হলো এজন ‘‘নিগ্ৰো সমস্যা ছাত্ৰ আৰু আপোনাৰ লিখনিসমূহ পঢ়ো ভাৰতৰ অস্পৃশ্য মানুহ আৰু আমেৰিকাৰ নিগ্ৰো জাতিৰ স্থানৰ বহুখিনি মিল আছে আৰু তাৰ ওপৰত অধ্যয়ন স্বাভাৱিকেই নহয় প্ৰয়োজনীয়ও আমেৰিকাৰ নিগ্ৰোসকলে ইউ.এন. আবেদন কৰা বুলি পঢ়িবলৈ
পাই মই বহুত আগ্ৰহী হৈছোঁ ভাৰতৰো অস্পৃশ্য সকলৰ পৰাও এনেকুৱা মোকৰ্দম্মা এটাৰ কথা চিন্তা কৰা হৈছে আপুনি নিগ্ৰোসকলৰ বিবৃতিটোৰ দুই বা তিনিটা প্ৰতিলিপি কৰি মোৰ ঠিকনাত পঠাই দিয়ে যেন ।যিহেতু মোৰ কাৰণে আপুনিয়ে নিশ্চিতভাৱে উপযুক্ত ব্যাক্তি এইক্ষেত্ৰত আপোনাৰ বলগা কষ্টৰ কাৰণে মই আন্তৰিক কৃতজ্ঞতা জনালো


ইতি
ভীমৰাও অম্বেদকাৰ


Popular Post

ঐতিহাসিক চিঠি