গল্পঃ বিদূষক / ৰবীন্দ্ৰনাথ ঠাকুৰ

Posted by : translatorsassam
August 24, 2020

বিদূষক
মূল বাংলা: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই

 

 

()

কাশীৰ ৰজা কৰ্ণাটক জয়ৰ
বাবে ওলাল যুঁজত
তেঁৱেই জয়ী বিজয়
চিন স্বৰূপে চন্দন, হাতীৰ দাঁত
আৰু সোন মাণিক মুকুতা
আদি হাতীত বোজাই দিয়া

দেশলৈ উলটি অহাৰ পথত
ৰজাই বলেশ্বৰী মন্দিৰত বলিৰ
ৰক্তৰে পূজা দিলে

পূজা দি উভতি আহিছেগাত
ৰক্তবস্ত্ৰ, ডিঙিত জপ মালা, কপালত
ৰক্তচন্দনৰ তিলক, লগত কেৱল
মন্ত্ৰী আৰু বিদূষক

এঠাইত পথৰ কাষৰ আমবাগান
এখনত কেইটামান ৰাই
খেলি আছে

ৰজাই তেওঁৰ দুই সংগীক
লে, লাচোন
চাওঁ ৰাহঁতে
কি খেলিছে

 

()

ৰাকেইটাই
দুটামান পুতলা সাজি যুদ্ধযুদ্ধ
খেলি আছিল

ৰজাই সুধিলে, কাৰ
লগত কাৰ যুদ্ধ

তাঁহাতি লে, কৰ্ণাটৰ
লগত কাশীৰ যুদ্ধ

ৰজাই পুনৰ সুধিলে, কাৰ
জয়,
কাৰ পৰাজয়

ৰাহঁতে
বুকু ফিন্দাই উত্তৰ দিলে, কৰ্ণাটৰ
জয়,
কাশীৰ পৰাজয়

মন্ত্ৰীৰ মুখ গম্ভীৰ হৈ
পৰিল, ৰজাৰ চকু ৰঙা পৰিল, বিদূষকে
হা হা কৈ হাঁহি
উঠিল

 

()

ৰজাই যেতিয়া তেওঁৰ সৈন্য
লৈ উভতি আহিছিল, তেতিয়াও ৰাকেইটাই
খেলি আছিল ৰজাই
হুকুম দিলে, প্ৰতিটো
ৰাকে
গছত বান্ধা আৰু চমতাৰে
কোবোৱা গাওঁৰ পৰা তাঁহাতৰ মাকদেউতাক
ৰে
কাম তে
এৰি দৌৰি আহিল মিনতি
কৰি লে, তাঁহাতি
অবোধ ৰা, ধেমালী
কৰিছে, এইবাৰলৈ ক্ষমা কৰি
দিয়ক ৰজাই সেনাপতিক মাতি আনি
লে, এই
গাওঁ খনক ভালকৈ এক
শিক্ষা দিয়া, যাতে কাশীৰ
ৰজাক কেতিয়াও পাহৰিব নোৱাৰে এই
বুলি তেওঁ শিবিৰলৈ ৰাওনা

 

()

সন্ধ্যাপৰত সেনাপতি আহি ৰজাৰ
সন্মুখত উপস্থিত সেৱা
জনাই লে, মহাৰাজ, শিয়াল
কুকুৰক বাদ দি এই
গাওঁৰ কাৰোৰে মুখত আৰু
শব্দ শুনা পোৱা নাযাব

মন্ত্ৰীয়ে লে, মহাৰাজৰ
মান ৰক্ষা

পুৰোহিতে লে, বিশেশ্বৰী
মহাৰাজৰ আৰ্শীবাদ

বিদূষকে লে, মহাৰাজ, মোক
বিদায় দিয়ক

ৰজাই সুধিলে, কিয়?

বিদূষকে উত্তৰ দিলে, মই
মাৰিবও নাজানো, কাটিবও নাজানো, বিধাতাৰ
কৃপাত কেৱল হাঁহিবলৈহে জানো
মহাৰাজৰ সভাত থাকিলে মই
হাঁহিবলৈও পাহৰি যাম

 

***********

Popular Post

ঐতিহাসিক চিঠি