নাগৰিকত্ব
সংশোধনী আইন, ২০১৯–য়ে সমগ্ৰ ভাৰতৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এক তীব্ৰ
ৰাজনৈতিক আৰু সামাজিক ধুমাহাৰ সৃষ্টি কৰিছিল। কোনো অসমীয়াই কা-বিৰোধী আন্দোলনৰ সেই
উত্তপ্ত আৰু অগ্নিগৰ্ভ সময়চোৱাক পাহৰি যাব নোৱাৰে। কা-আন্দোলনৰ সময়চোৱাত বিভিন্ন
পক্ষৰ পৰা প্ৰশ্ন আহিছিল যে “কা’– মানে কি বা ইয়াক কিমান মানুহে পঢ়িছে বুলি। এখন আইনৰ বিৰোধিতা
কৰা বা ইয়াক সমৰ্থন কৰাৰ সমান্তৰালকৈ আমি আইনখন পঢ়াটো খুবেই প্ৰয়োজন। সেইবাবেই
আমি “Translators, অনুবাদক’-এ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বা CAA, 2019ৰ
মুকলি অসমীয়া অনুবাদ আগবঢ়াইছোঁ। ইচ্ছুক পাঠকে ডাউনলোড কৰক—