কবিতাঃ প্ৰথম লোকচান/ ৱন গ্যেটে

Posted by : translatorsassam
June 1, 2020

প্ৰথম লোকচান (First – loss )


মূল – ৱন গ্যেটে 

অনুবাদ – দাৰ্মী 




উস ! বাৰু কৰিব নে প্ৰত‍্যাৰ্পণ কোনোবাই
কেতিয়াবা সেই দিনবোৰ

প্ৰথম প্ৰেমৰ সেই উজ্জ্বল দিনবোৰ
কোনেনো কৰিব স্বীকাৰ প্ৰথম পলবোৰ
যি সময়ত স্নেহাৰ্দ্ৰভাবে লালিত হৈছিল !

নীৰৱতাৰে পৰিপুষ্ট কৰোঁ মোৰ জখম ,
আৰু মোৰ চিৰ হাহাকাৰৰ সৈতে

বিষাদবোৰ মোৰ আনন্দত
এতিয়া ধ্বংস হৈ গ
উস ! বাৰু কৰিব নে প্ৰত‍্যাৰ্পণ কোনোবাই
কেতিয়াবা সেই দিনবোৰ

যি সময়ত স্নেহাৰ্দ্ৰভাবে লালিত হৈছিল !

Popular Post

ঐতিহাসিক চিঠি