ইংলেণ্ডৰ ‘লষ্ট পয়েট’ পাৰ্চী শ্বেলীৰ বিষয়ে ৪৩ টা আশ্চৰ্য্যকৰ সত্যঃ-
উৎস ঃ ইন্টাৰনেট
অনুবাদ ঃ অনুপম বৰুৱা
![]() |
| Joseph Severn (1793- 1879) Posthumous Portrait of Shelley Writing Prometheus UnBound (1845), oil on canvas, Keats-Shelley Memorial House, Rome, Italy |
ইংৰাজী সাহিত্যৰ ৰোমাণ্টিক যুগত সাংস্কৃতিক কল্পনাপ্ৰৱণতাৰ অন্যতম পুৰুধা
ব্যক্তি আছিল পাৰ্চী শ্বেলী। পাৰ্চী শ্বেলী আৰু তেওঁৰ পৰিবাৰ মেৰী শ্বেলী( ফ্ৰেংকিষ্টানৰ
লেখিকা) ১৯ দশকৰ অন্যতম শক্তিশালী দম্পতী আছিল। কিন্তু তেওঁলোকৰ প্ৰেমৰ জীৱন উৎসুকতা
আৰু দুখৰে ভৰা আছিল। তলত সেই ৰোমাণ্টিক কবিজনৰ
আশ্চৰ্য্যকৰ সত্যবোৰ পঢ়ো আহক…
১/ কবি এজনৰ জন্ম হৈছিল
শ্বেলীৰ জন্ম হৈছিল ৪ আগষ্ট ১৭৯২ত এলিজাবেট শ্বেলী আৰু ছাৰ টিমথি শ্বেলীৰ
ঔৰসত।
ঔৰসত।
এলিজাবেট শ্বেলী চুচেক্সৰ মাটিৰ গৰাকী আছিল, আৰু ছাৰ টিমথি শ্বেলী হুইগ
পাৰ্টীৰ এজন সংসদ আছিল।
পাৰ্টীৰ এজন সংসদ আছিল।
২/ পৃথক প্ৰকৃতিৰ
ইতিহাসৰ বিখ্যাত কবি সকলৰ দৰে শ্বেলীৰ
প্ৰাক ব্যালকাল বৰ সুখৰ আছিল। শ্বেলী ডাঙৰ দীঘল হৈছিল এটা বিশেষ সুবিধাপ্ৰাপ্ত পৰিয়ালবৰ্গত,
যিটো পশ্চিম চুচেক্সৰ কাসৰীয়া অঞ্চলত বসবাস কৰিছিল। তাতে শ্বেলীয়ে আনন্দৰে মাছ ধৰি
আৰু চিকাৰ কৰি সময় অতিবাহিত কৰিছিল।

৩/ মঞ্চ অভিযোজন
শ্বেলীৰ কামবোৰ প্ৰতক্ষভাৱে বিভিন্ন দুৰদৰ্শনত অনুষ্ঠান আৰু চিনেমাত প্ৰৰ্দশন
কৰা হৈছিল। তেওঁৰ জনপ্ৰিয় অনুষ্ঠানবোৰৰ অন্যতম হ’ল ডেভিদ লাইছৰ ‘টুইন পিকছ’আৰু ভূতৰ নাটক ‘পেনি
ডেডফুল’।

৪/ শান্ত শিষ্ট
শ্বেলীৰ জীৱনলৈ দুৰ্যোগ নামি আহিছিল যেতিয়া শ্বেলীয়ে এটন কলেজত পঢ়িবলৈ গৈছিল।
শ্বেলীক কিছুমান পৰম্পৰাগত কাম যেনে অভিজ্ঞ ল’ৰাবোৰৰ চাকৰৰ ভাওঁ ধৰা, শ্বেলীয়ে সেয়া কৰিবলৈ
মান্তি হোৱা নাছিল। সেয়ে তেওঁক বাহিৰৰ পৰা যোৱা ব্যক্তিৰ দৰে ব্যৱহাৰ কৰিছিল। তাত থকা গোটেই সময়খিনিত অন্য অভিজ্ঞ ছাত্ৰ-ছাত্ৰীয়ে
কঠোৰ ব্যৱহাৰেৰে শ্বেলীক আতংকিত কৰিছিল। ল’ৰাবোৰে তেওঁক ‘শ্বেলী
বেইটছ’ বুলি কৈ যন্ত্ৰণা
দি সুখ অনুভৱ কৰিছিল।

৫/ তেওঁৰ উন্মাদনাবোৰ
এটন কলেজত শ্বেলীৰ বেয়া সময় আৰম্ভ হোৱাৰ অন্য এটা কাৰণ হ’ল তেওঁৰ দুষ্টালিৰে
ভৰা ধেমালিবোৰ। সেইবোৰ সহজ-সৰল নাছিল। এবাৰ তেওঁ বিস্ফোৰক জাতীয় মিশ্ৰণৰ ব্যৱহাৰ কৰি
গছ এজোপা জ্বলাই দিছিল। ইয়াত আচৰিত হ’ব লগা একো কথা নাছিল, কিয়নো সকলোৱে তেওঁক
পাগল শ্বেলী বুলিয়ে কৈছিল।

৬/ সফল ব্যক্তিৰ পৰা সন্মান
শ্বেলীৰ কামবোৰক প্ৰসংসা কৰা মানুহৰ ভিতৰত লেখক “জৰ্জ ৱানাৰ্ড শ্ব’ “, ‘আপটন চিনশ্বেইন’ আৰু চি.এচ.লিউছ
অন্যতম।
অন্যতম।
৭/ গৱেষণাপত্ৰ
শ্বেলীয়ে বিভিন্ন বিষয়ত যথেষ্ট সংখ্যক গৱেষণা পত্ৰ লিখিছিল। সেইবোৰৰ বেছিসংখ্যককেই
অক্সফোৰ্ডৰ শিক্ষাৰ্থী হৈ থকা সময়ত লিখা। পৰৰ্ৱতী
সময়তো তেওঁ লেখা মেলা কৰিবৰ বাবে অধিক সময় মনোনিৱেশ কৰিছিল।

৮/ ভগৱানৰ মৃত্যু হ’ল। মই তেওঁক হত্যা কৰিলো।
শ্বেলীৰ লেখাবোৰৰ ভিতৰত ‘দা নেচেচিতি এথেছিছ’ শীৰ্ষক লেখাটো অন্যতম।
ইয়াত শ্বেলীয়ে আলোচনা কৰিছে যে এজন ব্যক্তিৰ বিশ্বাসবোৰ অনৈচ্ছিক হৈ থকা লৈকে, তেওঁক
বিশ্বাস কৰিবৰ বাবে যে তেওঁ ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে, তাৰ বাবে তেওঁক হাৰাশাস্তি কৰাটো
অনুচিত। ১৮০০ শতিকাৰ আগভাগতেই, শ্বেলীয়ে অক্সফোৰ্ডৰ প্ৰশাসনৰ ফালৰ পৰা কিছু শাস্তিৰ
সন্মুখীন হৈছিল আৰু অৱশেষত তেওঁক অক্সফোৰ্ডৰ ফালৰ পৰা নিলম্বন কৰা হৈছিল।

৯/ নিৰাশাবাদী ৰোমাণ্টিক
যি তেওঁতকৈ তিনিবছৰ কনিষ্ঠ আছিল। শ্বেলীৰ দেউতাকে ৱেষ্টব্ৰুকৰ লগত কোনো ধৰণৰ সম্পৰ্ক
নাৰাখিবলৈ শ্বেলীক আগজাননী দিছিল। কিন্তু বিদ্ৰোহী শ্বেলীয়ে তাক মন দিয়া নাছিল। বৰঞ্চ
দেউতাকৰ আদেশৰ বিৰুদ্ধাচৰণ কৰি পাৰ্চী শ্বেলীয়ে ৱেষ্টব্ৰুকক লৈ স্কটলেণ্ডলৈ পলায়ন কৰিছিল।
১০/ কেনে ৰূপালী আৱৰণ
শ্বেলীৰ হেৰিয়েট ৱেষ্টব্ৰুকৰ সৈতে বিবাহ বৰ সুখকৰ হোৱা নাছিল। শ্বেলীৰ দেউতাকে
তেওঁলৈ টকা দিবলৈ অমান্তি হৈছিল আৰু নৱবিবাহিত দম্পতীক ঘৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা
নাছিল। অন্যহাতে ৱেষ্টব্ৰুকৰ ভণ্টি এলিজা নৱবিবাহিত দম্পতীৰ লগতে আহিছিল, যদিও তাক
লৈ শ্বেলী হতাশ হৈছিল। তেওঁ আৰু এলিজা কেতিয়াও সন্মুখা-সন্মুখি হোৱা নাছিল।

১১/ ই তেওঁক শ্বেতাংগসকলৰ ত্ৰাণকৰ্তা বনাইছিল নেকি?
প্ৰথমবাৰৰ বাবে শ্বেলীয়ে ব্ৰিটিছসকলৰ পৰা কুখ্যাতি অৰ্জন কৰিছিল, যেতিয়া
তেওঁ আয়াৰলেণ্ডলৈ যাত্ৰা কৰিছিল আৰু মুকলিকৈ ব্ৰিটিছসকলে কেনেকৈ আয়াৰলেণ্ডৰ আইৰিছসকলৰ
দুঃব্যৱহাৰ কৰে, কেনেকৈ তলতীয়া কৰি ৰাখিব বিচাৰে তাৰ বিৰুদ্ধে ক্ষুৰদ্ধাৰ সমালোচনা
কৰে।

১২/ হিংসুক আৰু ব্যতিক্ৰমী উৎপীড়ন
শ্বেলীয়ে তেওঁৰ নিৰীশ্বৰবাদী ধাৰণাটোক আনুষ্ঠানিক কৰাৰ পৰিণতিস্বৰূপে ১৯দশকৰ
ধৰ্মীয় সমাজখনত প্ৰভাৱ পেলাইছিল। শ্বেলীয়ে তেওঁৰ প্ৰথম পত্নী হেৰিয়েটৰ মৃত্যুৰ পিছত
পুত্ৰ চাৰ্লছ আৰু জীয়ৰী লেনথীৰ দায়িত্ব লবলৈ অস্বীকাৰ পৰিছিল। ফলস্বৰূপে তেওঁৰ সন্তান
দুটাক অন্য সন্তান লালন কৰা মানুহৰ হাতত গতাই দিয়া হৈছিল।

১৩/ লোভী
শ্বেলীয়ে সংস্কাৰকামী লেখক ইলিয়াম গডউইনৰ যথেষ্ট প্ৰশংশা কৰিছিল। হয়তো শ্বেলী
তেওঁৰ সৈতে প্ৰত্যক্ষ যোগাযোগত আছিল আৰু তেওঁক সম্পত্তিশালী দেউতাকে কৰা শত্ৰুভাৱাপন্নতাৰ
কথা উল্লেখ কৰিছিল। এইটো আচৰিত ধৰণৰ কথা আছিল যে গডউইনৰ দৰে এজন দুখীয়া দাৰ্শনিকে শ্বেলীৰ
দৰে এজনৰ সম্পত্তিৰ ওপৰত প্ৰশ্ন কৰিছিল। তেওঁৰ উচতনিমূলক অনুপ্ৰেৰণাতে শ্বেলীৰ বৃদ্ধ
দেউতাকৰ সৈতে সম্পৰ্কৰ পুনৰ স্থাপন হৈছিল, কিয়নো যুৱকবিজন ইতিমধ্যেই সম্পত্তিৰ প্ৰতি
লালসিত হৈছিল।

১৪/ স্বভাগতভাৱে নিষ্ঠুৰ
আৰু ৱেষ্টব্ৰুকে তেওঁৰ লগত সম্পত্তিৰ বাবে বিয়া হৈ আহিছে বুলি সন্দেহ কৰিছিল। উইলিয়াৰ
গডউইনৰ ডেকা, ধুনীয়া আৰু বুদ্ধিদীপ্ত জীয়েক মেৰীৰ আগমনে হেৰিয়েট ৱেষ্টব্ৰুকৰ সম্পৰ্কৰ
কফিনটোত শেষ গজাল মাৰিছিল। ১৮১৪চনত মেৰীৰ বাবে তেওঁ ৱেষ্টব্ৰুকক এৰি দিছিল, হেৰিয়েট
ৱেষ্টব্ৰুকৰ তেতিয়া তেওঁলোকৰ দ্বিতীয় সন্তানৰ বাবে গৰ্ভৱতী আছিল। পিছলৈ শ্বেলীয়ে ৱেষ্টব্ৰুকক
মাহেলি টকা দিবলৈ লৈছিল যাতে আৰ্থিক অনাটনত নপৰে।
১৫। ৰোমাণ্টিক যাত্ৰাৰ শুভ আৰম্ভণি
যেতিয়া শ্বেলীৰ ৱেষ্টব্ৰুকৰ সৈতে বিচ্ছেদ হ’ল তেওঁৰ বয়স ২২ বছৰ
হৈছিল। তেওঁৰ নতুন প্ৰেয়সী মেৰীৰ বয়স ১৬ বছৰ। যুৱ প্ৰেমিক যুগল মেৰীৰ জেঠায়েকৰ জীয়েক
ক্লাইনি ক্লেয়াৰমণ্টৰ সৈতে চুইজাৰলেণ্ডলৈ গৈছিল। তেওঁলোকে তাত বিশ্ব বিখ্যাত সাহিত্যবোৰ
অধ্যয়ন কৰিছিল আৰু খোজকাঢ়ি গ্ৰামাঞ্চল পৰিভ্ৰমণ কৰিছিল।

১৬/কেৱল মাত্ৰ বন্ধু
প্ৰেম জীৱনৰ পৰা অন্যহাতে শ্বেলীৰ আছিল খুৱ অন্তৰংগ অথচ শাৰীৰিক সম্পৰ্কহীন
বান্ধৱী এলিজাবেট হিটচেনাৰ। তেওঁ পেচাত এগৰাকী শিক্ষয়ত্ৰী আছিল। শ্বেলীৰ লগত তেওঁৰ
খুৱ অন্তৰংগ আৰু মধুৰ সম্পৰ্ক আছিল। শ্বেলীয়ে তেওঁক ‘নিজৰ ছাঁ’ বুলি পৰিচয় দিছিল।

১৭/ এখন টোকাবহীয়ে ঠগিছিল
নিজৰ প্ৰেমহীন বিৱাহৰ মাজতেই শ্বেলীয়ে বুদ্ধিদীপ্ত মেৰীৰ প্ৰেমত গভীৰ ভাৱে
পৰিছিল, এনে পৰ্যায় পাইছিল যে যদি মেৰীয়ে তেওঁক সুযোগ প্ৰদান নকৰে তেওঁ আত্মহত্যা কৰিব।

শ্বেলী আৰু মেৰীৰ চুইজাৰলেণ্ডলৈ যি প্ৰথম যাত্ৰা আছিল সেয়া শেষ হৈছিল ৬ সপ্তাহৰ
পিছত। উভতি অহাৰ পিছত কোনেও তেওঁলোকক ঘৰত আদৰণি
জনোৱা নাছিল। মেৰীৰ উৎসুক দেউতাক উইলিয়াম গডউইনেও সিহঁতক লগ কৰিবলৈ অমান্তি হৈছিল কিন্তু
তেওঁ পাৰ্চী শ্বেলীৰ পৰা টকা খুজিবলৈ এৰি দিয়া নাছিল। তেওঁ এক মিছা নাম ব্যৱহাৰ কৰি
শ্বেলীৰ পৰা টকা বিচাৰিছিল, এয়া এক প্ৰকাৰৰ ভয় দেখুৱাই ধন দাবী কৰা কাৰ্য আছিল।

১৯/ পুৰণিক বিদায়, নতুনক স্বাগতম
শ্বেলীৰ সৈতে বিচ্ছেদৰ পিছত হেৰিয়েট ৱেষ্টব্ৰুকে নিজৰ জীৱন
১৮১৬চনত পুনৰ আৰম্ভ কৰিছিল। তেওঁ মৃত্যুৰ সময়লৈকে নতুন প্ৰেমিকৰ সৈতে আছিল। দুয়োটা
সন্তানৰ দায়িত্ব তেওঁ ভনীয়েকৰ হাতত অৰ্পণ কৰিছিল। ৱেষ্টব্ৰুকৰ মৃত্যুৰ তিনিটা সপ্তাহৰ
পিছত পাৰ্চী শ্বেলীয়ে মেৰীক দ্বিতীয় পত্নী ৰূপে স্বীকৃতি দিছিল। মৃত্যু পৰ্যন্ত দুয়ো
সুখী দম্পতী ৰূপে আছিল।

২০/ মাংসই হত্যাকাৰী
১৮১২ চনত পাৰ্চী শ্বেলী এজনৰ বন্ধুৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰামিষভোজী ব্যক্তিলৈ
ৰূপান্তৰিত হৈছিল। তেওঁৰ সেই বন্ধুজনে নিজৰ জীৱন ধাৰণৰ পদ্ধতি এবাৰ ভাৰত ভ্ৰমণ কৰি
সলনি কৰিছিল। তেওঁ বহুতো ৰচনা আৰু এটা বিখ্যাত কবিতা নিৰামিষ খাদ্যৰ ওপৰত লিখিছিল।

২১/তুমিয়েই সেই মানুহজন, চেম্পিয়ন
অংকন কৰিছিল। ইয়াত শ্বেলীক সুৰামত্ত আৰু ডাগ্ৰছ আসক্ত ৰূপত বৰ্ণনা কৰা হৈছিল। কিন্তু
এয়া তোষামোদৰ বাবে নাছিল।
২২/ যেতিয়া কলাকাৰসকল মিলিত হয়
পাৰ্চী শ্বেলীয়ে অন্য এজন মহান সাহিত্যকাৰ কবি লৰ্ড বাইৰনক লগ পাইছিল, মেৰীৰ
জেঠায়েকৰ ছোৱালী ক্লাইৰ ক্লাইৰমণ্টৰ দ্বাৰা। ক্লাইৰমণ্টৰ সেই বিখ্যাত কবি বাইৰণৰ লগত
সু-সম্পৰ্ক আছিল যদিও তাই পৰা পৰা কিছু দুৰত অৱস্থান কৰিছিল। সেইয়ে ক্লাইৰমণ্টে বাইৰণক
শ্বেলীক লগ ধৰিবলৈ নিমন্ত্ৰণ জনাইছিল। পৰবৰ্তী পৰ্যায়ত মেৰী, শ্বেলী আৰু বাইৰণে আলোচনাৰ
জৰিয়তে নিজৰ নিজৰ সৃষ্টিশীলতাক উজ্জিৱিত কৰিছিল। মেৰীয়ে এক নতুন ধাৰণাৰ অৱতাৰনা কৰিছিল,
যিটো আছিল ‘ফ্ৰেংকিষ্টান’লৈ তেওঁলোকৰ সামাজিক যাত্ৰা।

২৩/ শক্তিশালী দম্পতী
শ্বেলীয়ে তেওঁৰ পৰিবাৰ মেৰীৰ সৈতে বহুকেইটা লেখামেলাৰ কাম সম্পূৰ্ণ কৰিছিল।
তাৰ ভিতৰত ‘ফ্ৰেংকিষ্টান’ অন্যতম। শ্বেলীয়ে তেওঁৰ পৰিবাৰৰ কিতাপখন প্ৰকাশহোৱাৰ পিছত পাতনিটো লিখিছিল।
এই দম্পতীয়ে ‘মিদাছ এণ্ড প্ৰছাৰপাইন’ শীৰ্ষক নাটক ৰচনা কৰিছিল।

২৪/ বিদায়, দেৱশিশু
যদিও পিছলৈ বাইৰণ আৰু ক্লাইৰমণ্টৰ বিচ্ছেদ হৈছিল তথাপি তেওঁ তাইৰ বাবে কিবা
এটা এৰি গৈছিল_এটি দেৱশিশু। ১৮১৭চনত ক্লাইমেণ্টে বাইৰণ আৰু তাইৰ অবৈধ সন্তান ‘আলবা’ক জন্ম দিছিল। যদিও
বাইৰনে কঠিনতাৰে দায়িত্বশীল দেউতাক হ’ব বিচাৰিছিল তথাপি পাৰ্চী শ্বেলী আৰু মেৰীয়েহে
সন্তানটোৰ দায়িত্ব লৈছিল।

কিন্তু তেওঁলোকে কিছুমান গুজৱ শুনিবলৈ পাইছিল যে পাৰ্চী হে আলবাৰ প্ৰকৃত
পিতৃ। সেয়ে শ্বেলী আৰু মেৰীয়ে দেৱশিশুটোৰ দায়িত্ব
বাইৰণক দি ভেনিছলৈ যাত্ৰা কৰিছিল। বাইৰনে দেৱশিশুটোৰ পুনৰ নামাকৰন কৰি ‘এলেগ্ৰা’ ৰাখি এখন কনভেণ্টত
থাকিবলৈ ব্যৱস্থা কৰি দিছিল। অবৈধ পিতৃ হলেও বাইৰণে তাইক যথেষ্ট যত্ন লৈছিল। কিন্তু
দুভাগ্যজনক ভাৱে ‘এলেগ্ৰা বাইৰনৰ’ ৫বছৰ বয়সত মৃত্যু হৈছিল।

২৫/ মুৰ্খামী
ব্ৰিটিছ প্ৰধানমন্ত্ৰী বেঞ্জামিন ডেচৰেলিয়ে ১৮৩৭চনত ৰোমাণ্টিক ধৰ্মী উপন্যাস
‘ভেনেছন’ ৰচনা কৰিছিল। উপন্যাসখনৰ
দুটা মুল নায়ক চৰিত্ৰ স্পষ্টকৈ শ্বেলী আৰু লৰ্ড বাইৰণক উপস্থাপন কৰা হৈছিল।

২৬/ সুযোগ হেৰুৱা
মৃত্যুৰ পূৰ্ৱে শ্বেলীয়ে পৰিকল্পনা কৰিছিল ইটালীত তেওঁ এখন সংবাদপত্ৰ প্ৰকাশ
কৰিব, যিখন তেওঁ নিজে, লৰ্ড বাইৰণ আৰু কবি লেইথ হাণ্টে লিখিব। দৈনিক সংৰক্ষণশীল বাতৰিকাকতবোৰৰ পৰা আমনি পাই শ্বেলীয়ে
নিজে এক প্ৰকাশন গোষ্ঠী উলিয়াবৰ বাবে মনস্থ কৰিছিল। তেওঁ তেওঁৰ সংবাদপত্ৰখনৰ নামটোও
‘দা লিবাৰেল’ হব বুলি ঠিক কৰিছিল।

২৭/ সুনামৰ অধিকাৰী কোন?
নিসন্দেহে গোটেই ধাৰণাটো মেৰীৰ আছিল কিন্তু গোটেই বিষয়টোত গিৰীয়েক শ্বেলীয়ে যোগাত্মক
ধাৰণাৰে সহযোগিতা কৰিছিল। তথাপিও এইটো অনিশ্চিত আছিল যে তেওঁ সহযোগিতা কৰিছিল নে কৰা
নাছিল। কিন্তু কিতাপখনৰ ২০০৮চনৰ প্ৰকাশত দুয়োজনকে লেখক হিচাপে অভিহিত কৰা হৈছিল। যদিও
তাৰ লিংগত লৈ সেইসময়ত বহুতো মহিলা লেখকে প্ৰশ্ন উত্থাপন কৰিছিল।
২৮/ অচিনাকি মনীষী
অনস্বীকাৰ্য্য প্ৰতিভাৰ অধিকাৰী হোৱাৰ স্বতেও শ্বেলীয়ে তেওঁৰ সাম্প্ৰতিক
লেখক লৰ্ড বাইৰণে তেওঁৰ জীৱন কালত পোৱা জনপ্ৰিয়তাৰ অনুভৱ কৰিব পৰা নাছিল। এয়া তেওঁৰ
মৃত্য পৰ্যন্ত আছিল, কিন্তু তেওঁৰ মৃত্যুৰ পিছতহে তেওঁৰ সাহিত্য ৰাজি চৰ্চালৈ আহিছিল।

২৯/ অৰক্ষণশীলতা
শ্বেলী অনুপ্ৰাণিত নোহোৱাৰ কাৰণটো হ’ল জীৱিত কালত তেওঁৰ বহুতো লেখা প্ৰকাশ হোৱা
নাছিল। অন্য কামবোৰ যিবোৰ প্ৰকাশ হৈছিল তাক শাসিতসকলৰ দ্বাৰা অৱদমন কৰা হৈছিল ধৰ্মীয়
অথবা ৰাজনৈতিক কাৰণত।

৩০/ অনু্প্ৰেৰণা
ইউ কেৰ বাহিৰতো শ্বেলীৰ লেখাসমূহৰ চৰ্চা আছিল। বিখ্যাত ভাৰতীয় কবিগুৰু ৰবীন্দ্ৰনাথ
ঠাকুৰ আৰু জীৱনানন্দ দাস দুয়োৱে শ্বেলীক তেওঁলোকৰ কামৰ উৎসাহ দিওঁতা হিচাপে লৈছিল

৩১/ শক্তিশালী অথচ নিৰাশাজনক কামবোৰ
আপুনিও সহজে উপলব্ধি কৰিব পৰাকৈ শ্বেলীৰ কিছুমান বিশেষ কাম আছে। তেওঁৰ বিখ্যাত
কবিতা “অ’জেমনদিয়াছ”ৰ কেইটামান বিশেষ
শাৰী আছে
কবিতা “অ’জেমনদিয়াছ”ৰ কেইটামান বিশেষ
শাৰী আছে
মোৰ নাম হ’ল অ’জেমনদিয়া
ৰজাৰো ৰজা
মোৰ কামবোৰ চোৱা
অতি শক্তিশালী আৰু নিৰাশাজনক
কবিতাটো প্ৰকৃতাৰ্থত সৃষ্টি হৈছিল
এক বন্ধুত্বসুলভ প্ৰতিযোগিতাৰ পৰা যিটো শ্বেলীয়ে তেওঁৰ সংগী হেৰেছ স্মিথৰ সৈতে কৰিছিল।
দুয়োজনে একে বিষয়তে একে শিৰোনামেৰে চনেটৰ দৰে লিখিছিল। অজেমেনদিয়াছে ইজিপ্তৰ “ফাৰউহ
ৰামেচেচ ২ “ৰ বৰ্ণনা দাঙি ধৰি প্ৰতিফলিত কৰিছে যে কেনেকৈ সময়ে ব্যক্তি বিশেষৰ সামাৰ্জ্য
ধ্বংস কৰি দিয়ে।

৩২/ কলাৰ পৰা অধিক কলাৰ সৃষ্টি
যদিও আপুনি শ্বেলীৰ ‘অজেমেনদিয়াছ’ পঢ়া নাই তথাপি আপুনি নিশ্চয়কৈ ইয়াৰ ওপৰত
নিৰ্ভয় কৰি বনোৱা চিনেমা আৰু দূৰ্ৰদৰ্শনৰ অনুষ্ঠান দেখিছে। তেওঁৰ খণ্ডবোৰৰ শ্ৰেষ্ঠ
“ব্ৰেকিং বেড”এটা কবিতাৰ পৰা শিৰোনাম
পাইছিল। শ্বেলীৰ চনেটৰ কপি কৰি চিনেমাত প্ৰৱেশৰ নক্সা প্ৰস্তুত হৈছিল “ এলান ম’ৰে ৱাটছমেন”ত।

(৩৩) সীমিত ল’ৰা ছোৱালী
শ্বেলীয়ে তেওঁৰ দুটা সন্তানৰ সৈতে বসবাস কৰিছিল, যিটোৰ এটা হেৰিয়েট ৱেষ্টব্ৰুকৰ
ফালৰ আৰু আনটো মেৰী শ্বেলীৰ ফালৰ। পিছলৈ শ্বেলীয়ে
স্বভাৱগত ভাৱে বহুদিন সন্তাসকলৰ পৰা দুৰত অৱস্থান কৰিছিল। তেওঁৰ আৰু ৱেষ্টব্ৰুকৰ সন্তান
চাৰ্লছৰ ১৯২৮ত মৃত্যু হৈছিল। কেৱল তেওঁ তেওঁৰ
জীয়ৰী লেনথে’ক হে নিজৰ সন্তানৰ মৰ্যাদা দিছিল।

(৩৪) বীৰৰ বংশধৰ
শ্বেলী মাকৰ ফালৰ পৰা কেপ্তেইনজন পিলফৰ্ডৰ ভতিজা আছিল, যি ট্ৰাফালগাৰ যুদ্ধৰ
নৌসেনাধ্যক্ষ হাৰাটিঅ’ নেলচনৰ বিস্তত্ত্ব সংগী আছিল।

(৩৫) মোৰ বিখ্যাত খুৰাজন
এজন বিখ্যাত বাদ্যকাৰ মাইক ৰাদাৰফৰ্ড শ্বেলীৰ দুৰসম্পৰ্কীয় আছিল। তেওঁ জেনেছিছৰ
প্ৰ’গ ৰ’ক বেণ্ডৰ বাবে গীটাৰ
বজাইছিল।
প্ৰ’গ ৰ’ক বেণ্ডৰ বাবে গীটাৰ
বজাইছিল।
(৩৬) বিশ্বব্যাপি যশস্যা
আচৰিত ধৰণেৰে শ্বেলী এক আধুনিক মন্তব্য দিয়াৰ বাবে জগৰীয়া, যিটো অহিংসাৰ
প্ৰতিৰোধী আছিল। শ্বেলীৰ জীৱিত কালত “দা মাছকিউ অফ এনাৰ্ছী” প্ৰকাশ হোৱা নাছিল
কিন্তু ই বিখ্যাত হৈছিল হিংসাৰ পৰা শান্তিলৈকে কৰা ইয়াৰ দায়িত্বশীল পৰীক্ষাবোৰৰ দ্বাৰা।
বহুক্ষেত্ৰত মহামানৱ মহাত্মা গান্ধী সেই একে পথেৰেই অনুপ্ৰাণিত হোৱা দেখা পোৱা যায়,
কিয়নো তেওঁ বহুক্ষেত্ৰত তাৰ উদ্ধৃতি দিছিল।

(৩৭) বিদায় পাৰ্চী
১৯২২চনৰ ৮ জুলাইত শ্বেলীয়ে তেওঁৰ দুজন বন্ধুৰ লগত গাৰ্লফ অফ ষ্পেজিয়াত ভ্ৰমণ
কৰিছিল। হঠাৎ এটা ধূমুহাই সকলো ধ্বংস কৰি দিছিল। দুখজনক ভাৱে বিখ্যাত কবিজন ২৯ বছৰ
বয়সত পানীত ডুবি গৈছিল। এয়া তেওঁৰ ৩০তম জন্মদিনৰ এমাহৰ আগৰ ঘটনা আছিল।

(৩৮) সামান্য বিবাদ
যিখন সৰু জাহাজেৰে তেওঁলোকে মৃত্যুৰ দিনা ভ্ৰমণ কৰিছিল, সেইখন শ্বেলী আৰু
তেওঁৰ বন্ধু বাইৰণৰ সম্পৰ্কত ফাঁটৰ কাৰণ আছিল। প্ৰকৃততে জাহাজখনক ‘জন জুৱান’ নাম দিয়া হৈছিল,
বাইৰণৰ সাহিত্যকৃতি সন্মান স্বৰূপে। সেয়া যিকি নহওক মেৰী শ্বেলীৰ মতে তেওঁ স্বামী পাৰ্চী
শ্বেলীয়েহে বাইৰণৰ প্ৰতি বিৰূপ ভাৱ প্ৰৰ্দশণ কৰি জাহাজখনৰ নৱ-নাম দিছিল ‘এৰিয়েল’ হিচাপে।

(৩৯) অকালতে ধ্বংস হোৱা
এই বিৰূপভাৱৰ বাবেই বাইৰণে শ্বেলীৰ বিষয়ে এক হৃদয়বিদাৰক উক্তি দি কৈছিল……
“মই কেতিয়াও এনে এজন মানুহ লগ
পোৱা নাই যি তেওঁক এজন পশুতুল্য মানুহৰ লগত তুলনা কৰা নাই।”

(৪০) কিছু সন্মান
দুখজনকভাৱে বাইৰণেই হৈছে এনে এজন ব্যক্তি যি শ্বেলীৰ বিষয়ে ধনাত্মক কথা
কৈছিল। ইউ কেৰ এটা মৃত্যু সংবাদত লিখা হৈছিল যে……

“শ্বেলী, সেই ৰ্ধমত অবিশ্বাসী কবিজন বুৰি গ’ল, তেওঁহে জানিব যে ভগৱান প্ৰকৃতাৰ্থত
আছে নে নাই।”
আছে নে নাই।”
৪১/ তেওঁক উদ্দেশ্যপ্ৰণোদিতভাৱে ধ্বংস কৰা হৈছিল নেকি?
শ্বেলী ডুৱযোৱা সেই দুখজনক ঘটনাটোৰ পিছত তেওঁৰ মৃত্যুৰ সম্পৰ্কত বহুতো তত্ত্বত
উদ্ভাৱন হৈছিল। কিছুমানে মত আগবঢ়াইছিল যে শ্বেলী আৰু তেওঁৰ সংগীবোৰক ডকাইতি কৰা হৈছিল।
ন’হলে জলদস্যুবোৰে কোৱাই মৰিবলৈ এৰি গৈছিল। অন্যবোৰে লেখিছিল যে ৰাজনৈতিক কাৰণত শ্বেলীক
উদ্দেশ্যে কৰা হৈছিল। অন্য কিছুমানে কৈছিল যে সি হতাশাত ভুগি জাহাজখনক ধূমুহাৰ দিশলৈ
লৈ গৈছিল।

৪২/ বীভংস গোপনীয়তা
যেতিয়া শ্বেলীৰ শৱদেহৰ দহন কৰা হৈছিল, আচৰিতধৰণেৰে তেওঁৰ কলিজাটো পুৰি যোৱা
নাছিল। তাৰ বাহিৰে দেহৰ অন্য সকলো অংশ পুৰি গৈছিল। কলিজাটো পুনৰ জ্বলাই নেপেলাই তাক
এক ৰেচমী আৱৰণেৰে মেৰিয়াই ৰখা হৈছিল। মেৰীয়ে তাক যলৈকে গৈছিল লগত লৈ গৈছিল। তেওঁৰ মৃত্যুৰ
এবছৰৰ পিছত কলিজাটো মেৰীৰ টেবুলত উদ্ধাৰ হৈছিল শ্বেলীৰ কবিতাৰ পৃষ্ঠাৰে মেৰিয়াই থোৱা
অৱস্থাত। সম্পূৰ্ণ ৰহস্যজনক যদিও ৰোমাণ্টিক।

৪৩/ মোৰ কলিজাটো চিৰ প্ৰৱাহিত
বিখ্যাত মনিষী সকলৰ মতে শ্বেলীৰ কলিজাত তেওঁৰ সন্তান সকলৈ প্ৰৱাহিত হৈছিল।
মেৰীৰ মৃত্যুৰ লগতে কলিজাটো পুৰি পেলোৱা হৈছিল।