অনুবাদ, অনুবাদক আৰু কমফৰ্ট জ’ন
Archana’s
Let’s Talk শীৰ্ষক ইউটিউব চেনেলটোৱে ‘অনুবাদক’
প্ৰকল্পটোৰ সৈতে ৰজিতা খুৱাই “অনুবাদক, অনুবাদ আৰু কমফৰ্ট জ’ন” শীৰ্ষক এখন ৱেবিনাৰ অনুষ্ঠিত
কৰিছিল। ৱেবিনাৰখনত অংশগ্ৰহণ কৰিছিল কোকিল শইকীয়া, সমুদ্ৰ কাজল শইকীয়া আৰু নিকু দুৱৰাই। ৱেবিনাৰখনৰ আঁত ধৰিছিল অৰ্চনা বৰঠাকুৰে।ৱেবিনাৰখন চাবলৈ ক্লিক কৰকঃ