অনুবাদকৰ আড্ডাঃ উদ্ধোধনী অনুষ্ঠান

Posted by : translatorsassam
February 21, 2021

ঞ্চানন হাজৰিকা
সেইসকল গল্পকাৰৰ মাজৰ এজন, যিসকলে তৰুণ হৈও নিজৰ পৰিচয় অসমৰ সাহিত্য জগতখনত
শক্তিশালীকৈ গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেওঁৰ গল্পসমুহত এটা লিৰিকেল বা গীতিময় শৈলী
পোৱা যায়, যাৰ বাবে তেওঁৰ গল্পসমূহ হৈ পৰে একক আৰু দৃঢ়। পঞ্চানন হাজৰিকাৰ বিখ্যাত
গল্প
টেঙানীৰ ইংৰাজী অনুবাদ হৈছিল আমাৰ ৱেবচাইটতে (পঢ়ক- অনুবাদ কৰিছিল অৰ্চনা গীতা শইকীয়াই)।
অনুবাদটোৱে দেশী-বিদেশী পাঠকৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছিল।


            অনুবাদকৰ আড্ডাৰ উদ্ধোধনী অনুষ্ঠানটো
কিছু কাৰিকৰী অসুবিধাৰ বাবে ২০ তাৰিখৰ পৰা নহৈ ২১
/০২/২০২১ তাৰিখে হয়। পঞ্চানন হাজৰিকাই আড্ডাৰ উদ্ধোধন কৰি গল্পৰ অনুবাদৰ
সম্পৰ্কে তেওঁৰ বক্তব্য ৰাখে।

২২/০২/২০২১ তাৰিখে অনুবাদকৰ আড্ডাৰ অতিথি হ’ব বিশিষ্ট উপন্যাসিক জুৰী বৰা বৰগোহাঞি।

Popular Post

ঐতিহাসিক চিঠি