কবিতাঃ ৰুটি আৰু সংসদ / ধুমিল

Posted by : translatorsassam
June 27, 2020

ৰুটি  আৰু সংসদ

 

মুল(হিন্দী) : ধুমিল

অনুবাদ-ড. মঞ্জুমণি শইকীয়া

 

এজন মানুহে

ৰুটি বেলিছে

আন এজনে ৰুটি খাইছে

তৃতীয় এজন ব্যক্তিও আছে

যিজনে ৰুটি বেলাও নাই, ৰুটি খোৱাও নাই ।

 

কেবলমাত্র ৰুটিৰে খেলিছে

মই সুধিছো

‘‘এই তিনি নম্বৰৰ মানুহজন কোন ?’’

মোৰ 
দেশৰ সংসদ মৌন

Popular Post

ঐতিহাসিক চিঠি